• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘কাশ্মীৰ ফাইলছ’ চাবলৈ চৰকাৰী কৰ্মচাৰীক অৰ্ধ ছুটী দিয়া চৰকাৰ ‘ৰৈ ৰৈ বিনালে’ৰ ক্ষেত্ৰত মৌন কিয়?

এ ই নাও নিউজ, গুৱাহাটী by এ ই নাও নিউজ, গুৱাহাটী
October 31, 2025 4:35 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে দলৰ জ্যেষ্ঠ নেতা জগদীশ ভূঞা আৰু পংকজ লোচন গোস্বামীৰ সৈতে বিজয়নগৰৰ ছিলভাৰ স্ক্ৰীণ ডিজিটেল চিনেমা হলত জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ৰ দৰ্শনী উপভোগ কৰে। ছবিগৃহত প্ৰৱেশ কৰাৰ পূৰ্বে উপস্থিত সকলোৱে প্ৰয়াত শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ সময়ত লুৰীনজ্যোতি গগৈয়ে সামাজিক মাধ্যমৰ আগত কয়, ‘‘ৰৈ ৰৈ বিনালেই আচলতে আজিৰ বাস্তৱতাক প্ৰতিফলিত কৰিছে। এই ছবিখন চোৱাৰ পিছত জনসাধাৰণে জুবিন গাৰ্গৰ আদৰ্শৰ লগত নিজকে বিলীন কৰিবলৈ সক্ষম হ’ব। মই সকলোকে জুবিন গাৰ্গৰ এই অন্তিম ছবিখন চাবলৈ আহ্বান জনাইছো।”

Apply Now

তেওঁ লগতে কয়, “জনসাধাৰণে প্ৰতিটো ছবিগৃহতে ছবিখন চাবলৈ আহিছে। তেওঁলোকে ন্যায়ৰ আহ্বান জনাইছে। গণতন্ত্ৰত জনসাধাৰণেই হৈছে আটাইতকৈ শক্তিশালী বিচাৰক, আৰু তেওঁলোকে প্ৰতিটো দিশৰ পৰা ন্যায় বিচাৰিছে।”

তেওঁ উল্লেখ কৰে যে, ‘কাশ্মীৰ ফাইলছ’ ছবিখন মুক্তি পোৱাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই ছবিখন চোৱাৰ উপৰি ছবিখন চাবলৈ কৰ্মচাৰীসকলক ছুটী প্ৰদান কৰিছিল।

এই সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ে প্ৰশ্ন উত্থাপন কৰে, “আজি কিয় ছুটী ঘোষণা কৰা নহ’ল? মুখ্যমন্ত্ৰীয়ে তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ সৈতে ‘ৰৈ ৰৈ বিনালে’ চাবনে?”

গগৈয়ে কয়, “এই ছবিখন এক আৱেগলৈ পৰিণত হৈছে। সমগ্ৰ বিশ্বৰ প্ৰায় ৭০০ খন ছবিগৃহত ‘ৰৈ ৰৈ বিনালে’ প্ৰদৰ্শিত হ’ব, যিটো অসমীয়া চিনেমাৰ বাবে এক ঐতিহাসিক মুহূৰ্ত। পুৱা ৪ বজাত ছবিখনৰ প্ৰথম দৰ্শনী আৰম্ভ হৈছিল, আৰু মাল্টিপ্লেক্সসমূহত এই ছবি ২৪ ঘণ্টাই চলিব। এটা সপ্তাহৰ বাবে সকলো ছবিগৃহৰ টিকট সম্পূৰ্ণৰূপে বুক হৈ গৈছে — এই বিশাল জনসমাগমে জুবিন গাৰ্গৰ আদৰ্শক আগুৱাই নিয়াৰ বাবে ৰাইজৰ দায়িত্ববোধকে প্ৰতিফলিত কৰিছে।”

জুবিন গাৰ্গৰ মৃত্যুৰ পৰিস্থিতি সম্পৰ্কে মন্তব্য কৰি গগৈয়ে কয়, “মুখ্যমন্ত্ৰীৰ মতে, জুবিনক হত্যা কৰা হৈছিল। তদন্তৰ ফলাফল হত্যা বা স্বাভাৱিক মৃত্যু যিয়েই নহওক কিয়, অসমৰ জনসাধাৰণৰ সত্যটো জনাৰ অধিকাৰ আছে। এই বিষয়টোৰ পৰা মনোযোগ আঁতৰাই নিয়াৰ প্ৰচেষ্টা ৰাইজে আৰু গ্ৰহণ নকৰে।”

এ ই নাও নিউজ, গুৱাহাটী

এ ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd