• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ম’ম’ৰ লোভত জিভাৰ পানী পৰে নেকি? পিছে সাৱধান! লোভেই পাপ….

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 16, 2023 11:31 am
momo
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম’ম’- খাদ্যৰসিকৰ খাদ্য সম্ভাৰৰ অন্যতম এক প্ৰিয় উপকৰণ। দিনটোৰ অৱসাদ দূৰৰ লক্ষ্যৰে সান্ধ্য ভ্ৰমণৰ অচিলাৰে পথৰ কাষত কিম্বা ৰেষ্টুৰেণ্টত ম’ম’ৰ সোৱাদ লোৱাৰ এক অনন্য নিচাই। তাতে যদি বতৰ কিছু ঠাণ্ডা হয় অথবা কিনকিনিয়া বৰষুণ, তেতিয়া ক’বই নালাগে!

পিছে সোৱাদৰ প্ৰেমত পৰি অথবা জিভাৰ লোভত পৰি আপুনি সদায় ম’ম’ৰ স্বাদ লয় নেকি? তেতিয়াহ’লে কিন্তু সাৱধান! কথাতে কয় নহয়, লোভেই পাপ; ম’ম’ৰ ক্ষেত্ৰতো তেনেই। দেখাত বা ভবাত ম’ম’ স্বাস্থ্যকৰ যেন লাগিলেও কিন্তু ই হ’ব পাৰে বিপজ্জনক।

Apply Now

Momo Mania: 7 Best Street-Style Momo Places In Delhi - NDTV Food

ফাষ্ট ফুডৰ দোকান কিম্বা ৰেষ্টুৰেণ্টত আপোনাক পৰিৱেশন কৰা ম’ম’ আটাৰ পৰা তৈয়াৰী নহয়; ম’ম’ তৈয়াৰ কৰা হয় ময়দাৰ পৰা। ময়দা প্ৰতিদিনে খোৱাটো একেবাৰেই উচিত নহয়।

কিয়নো ময়দাত গ্লুক’জৰ পৰিমাণ অতি বেছি। সেইবাবেই চুগাৰত আক্ৰান্ত লোকসকলক মিঠাজাতীয় খাদ্য, আলু ইত্যাদিৰ লগতে ময়দা খোৱাতো বাৰণ কৰা হয়।

Frozen Chicken Momos, 1kg,2kg & 5kg, Packaging Type: Plastic Bag

প্ৰতিদিনে ময়দাযুক্ত আহাৰ গ্ৰহণ কেৱল চুগাৰ বৃদ্ধিৰে লক্ষণ নহয়, তাৰ লগতে বাঢ়িব পাৰে ওজনো আৰু কোষ্ঠকাঠিন্যৰ সমস্যাও। সেয়েহে জিভাৰ লোভ সম্বৰণ কৰি হ’লেও প্ৰতিদিনে ম’ম’ খোৱাৰ পৰা বিৰত থাকিব লাগে।

ম’ম’ৰ লগত পৰিবেশন কৰা চূপ বহুতৰে প্ৰিয়। এই চূপ সদায় যে ভাল পানীৰে তৈয়াৰ কৰা হয়, তাৰ কোনো নিশ্চয়তা নাথাকে। আৰু সেয়ে এই চূপ খোৱাৰ পিছতো পেট বিষ হোৱাৰ সম্ভাৱনা থাকে।

What the Fork: Momos Now Essential Part of Indian Food Culture, But I Don't  Understand Them, Says Kunal Vijayakar - News18

আপোনাৰ সমুখত প্লেটত মনোমোহাকৈ সজ্জিত ম’ম’ যে সদায় সতেজ, তাৰো নিশ্চয়তা নাই। বহুতে সাধাৰণতে ফ্ৰীজত ৰখা ম’ম’ও পিছদিনা ব্যৱহাৰ কৰে। এনে অসতেজ আৰু অস্বাস্থ্যকৰ ম’ম’ই আপোনাক কেনে বিপদলৈ ঠেলিব পাৰে, কি ঠিক!

গতিকে সোৱাদৰ লোভত প্ৰতিদিনে ম’ম’ খোৱাৰ আগতে দুবাৰ ভাবি চাওক। স্বাস্থ্য অমূল্য ধন, স্বাস্থ্যৰ যতন লওক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

October 11, 2026 7:43 am
‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

October 11, 2026 7:43 am
‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd