• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাল্যবিবাহ বিৰোধী অভিযান : উচ্চ ন্যায়ালয়ত মুখথেকেচা হিমন্ত বিশ্ব চৰকাৰৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2023 8:50 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাল্যবিবাহ বিৰোধী অভিযানৰ গোচৰসমূহত POCSO আইনৰ ধাৰাৰ প্ৰয়োগ কৰি এতিয়া ন্যায়ালয়ৰ কৰ্কথনা খাইছে ডঃ হিমন্ত বিশ্ব শর্মাৰ চৰকাৰ তথা আৰক্ষীয়ে।

গুৱাহাটী উচ্চ ন্যায়ালয়ে বাল্যবিবাহৰ সৈতে জড়িত পৃথক পৃথক গোচৰত অভিযুক্তক আগতীয়া জামিন প্ৰদান কৰাৰ সময়তে এইবোৰ গোচৰৰ বাবে অভিযুক্তৰ জিম্মাত লৈ জেৰাৰ কৰাৰ কোনো প্ৰয়োজন নহয় বুলি মন্তব্য কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যামে কয় যে যদি আইন উলংঘা কৰি বিবাহ হৈছে তেন্তে আইনখনে নিজস্ব গতি ল’ব। এনে ঘটনা নতুন নহয় আৰু এই সকলোবোৰ বহুদিনৰ পৰাই হৈ আহিছে।

উচ্চ ন্যায়ালয়ে কয় যে তাৎক্ষণিক তদন্তৰ প্ৰয়োজন আছে নে নাই সেই আমি সিদ্ধান্ত ল’ম। ন্যায়ালয়ে কয় যে এইবোৰ এনেকুৱা গোচৰ নহয় য’ত অভিযুক্তক জিম্মাত লৈ জেৰা কৰাৰ প্ৰয়োজন আছে। আমি তেওঁলোকক (অভিযুক্তক) তেওঁলোকৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ ক’ম। এইদৰে অসম চৰকাৰৰ লগতে অসম আৰক্ষীক তীব্ৰ কৰ্কথনা কৰি উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰে যে এইবোৰ চোৰাংচোৱাগিৰি নে সম্পত্তি চুৰিৰ গোচৰ?

Apply Now

লাইভ ল’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি আদালতৰ এই মন্তব্যৰ সন্দৰ্ভত অসম চৰকাৰৰ মহাধিবক্তাই কয় যে এইটো এটা অতি গুৰুতৰ বিষয়। ইয়াৰ পাছতে এই বিষয়ে ন্যায়াধীশ সুমন শ্যামে প্ৰশ্ন কৰে ইয়াত POCSO ধাৰা প্ৰয়োগ কৰাৰ কি কি প্ৰয়োজন? “যদি আপুনি POCSO জাপি দিছে, তেন্তে ন্যায়াধীশে চকু মুদি থাকিব নেকি, একো দেখা নাপাব নেকি?”

অৱশ্যে আদালতে কয় যে আমি ইয়াত কাকো দোষমুক্ত কৰা নাই আৰু আপোনালোকক তদন্তকো পৰাও বাধা দিয়া নাই। কিন্তু এই গোচৰসমূহত POCSO ধাৰা প্ৰয়োগ কৰা আৰু জিম্মাত লৈ জেৰা কৰাৰ কোনো প্ৰয়োজন নাই।

ন্যায়ালয়ৰ মতে ৰাজ্য চৰকাৰে আইন অনুসৰি নিজৰ কাম কৰক, তদন্ত কৰি চাৰ্জ শ্বীট দাখিল কৰক। দোষী হ’লে শাস্তি পাব, কিন্তু এনে পদক্ষেপে মানুহৰ ব্যক্তিগত জীৱনত অশান্তি দিছে। ইয়াত সন্তান, পৰিয়ালৰ সদস্য আৰু বয়োজ্যেষ্ঠসকলো জড়িত হৈ আছে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পাছতে এতিয়া ৰাজ্য চৰকাৰে বাল্যবিবাহ বিৰোধী অভিযানৰ গোচৰসমূহৰ পৰা POCSO ধাৰা প্ৰত্যাহাৰ কৰে নে নাই সেয়া লক্ষণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd