• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তিনিটা লাভ : মাহেকীয়াৰ সময়ত চেনিটেৰী নেপকিনৰ সলনি কিয় ব্যৱহাৰ কৰিব লাগে ‘মেনস্ট্রুৱেল কাপ’?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 31, 2023 7:00 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ বহু মহিলাই ঋতুস্ৰাৱৰ সময়ত চেনিটেৰী নেপকিনৰ সলনি ‘মেনস্ট্রুৱেল কাপ’ বা ঋতুস্ৰাৱৰ কাপ ব্যৱহাৰ কৰিছে। বিশ্বৰ বাকী অংশত দিনক দিনে মাহেকীয়া কাপৰ জনপ্ৰিয়তা বাঢ়িছে যদিও ভাৰতীয় বজাৰত মাহেকীয়া কাপৰ চাহিদা লক্ষ্যণীয় নহয়।

Apply Now

ঋতুস্ৰাৱৰ কাপ কি? ই হৈছে ৰবৰ বা চিলিকনেৰে নিৰ্মিত এটা দেখাত চুপিৰ দৰে এটা কাপ। ইয়াক সৰু ফানেলৰ দৰে দেখা যায়। ঋতুস্ৰাৱৰ সময়ত ইয়াক ভাঁজ কৰি যোনিৰ মাজেৰে সুমুৱাই দিব লাগে। ইয়াৰ পিছত ই ছাতিৰ দৰে খোল খায় আৰু জৰায়ুৰ মুখত আবদ্ধ হৈ পৰে। 

ঋতুস্ৰাৱৰ সময়ত তাত ঋতুস্ৰাৱৰ তেজ জমা হয়। যিহেতু যোনিৰ ভিতৰত ঋতুস্ৰাৱৰ কাপটো সুমুৱাই দিব লগা হয়, গতিকে সৰু আৰু অবিবাহিত ছোৱালীয়ে ইয়াক ব্যৱহাৰ কৰিবলৈ ভয় কৰা দেখা যায়। কিন্তু এই কাপটো সকলোৰে বাবে নিৰাপদ, গতিকে যিকোনো বয়সৰ ছোৱালী বা মহিলাই ইয়াক ব্যৱহাৰ কৰিব পাৰে।

Menstrual Cup Folding Methods

চেনিটেৰী নেপকিনতকৈ ঋতুস্ৰাৱৰ কাপ ব্যৱহাৰ কৰাটো কিয় অধিক সুবিধাজনক?

১) ঋতুস্ৰাৱৰ কাপ পুনৰ ব্যৱহাৰযোগ্য। এটা কাপ পাঁচ বছৰলৈকে ব্যৱহাৰ কৰিব পাৰি। মাত্ৰ কাপটো চাফা কৰাৰ সঠিক উপায় জানিব লাগিব। ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ আগতে প্ৰতিমাহে কাপটো বীজাণুমুক্ত কৰিব লাগে। ব্যৱহাৰৰ পিছত মিনাৰেল ৱাটাৰেৰে পৰিষ্কাৰ কৰি পুনৰ বীজাণুমুক্ত কৰি নিৰ্দিষ্ট পেকেটত ৰাখিব। খোলাকৈ নাৰাখিব। এই মাহেকীয়া কাপতকৈ চেনিটেৰী পেডত বহুত বেছি খৰচী।

২) মাহেকীয়া কাপৰ ফলত যোনিৰ সংক্ৰমণৰ আশংকা প্ৰায় নাই। এই ক্ষেত্ৰত কোনো ধৰণৰ বিৰক্তি অনুভৱ কৰা নাযায়। বৰঞ্চ চেনিটেৰী নেপকিন ব্যৱহাৰ কৰিলে যোনিৰ চাৰিওফালে ফোহা ওলাব পাৰে। একেটা পেড দীৰ্ঘ সময় ব্যৱহাৰ কৰিলে যোনিৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ উপৰিও ছাৰ্ভাইকেল কেন্সাৰ হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়। গতিকে পেডতকৈ ঋতুস্ৰাৱৰ কাপ ব্যৱহাৰ কৰাটো বহুগুণে বেছি স্বাস্থ্যকৰ।

৩) চেনিটেৰী নেপকিন ব্যৱহাৰৰ সময়ত কাপোৰত তেজ লগাৰ আশংকা থাকে। কিন্তু ঋতুস্ৰাৱৰ কাপ ব্যৱহাৰ কৰিলে এনে হোৱাৰ সম্ভাৱনা নাথাকে। খোজ কঢ়া, শুই থকা, খেলা-ধূলা কৰা — ঋতুস্ৰাৱৰ কাপ পিন্ধাৰ পিছত এই কামবোৰ বহুত সহজ হৈ পৰে। পেডবোৰ পৰিৱেশৰ প্ৰতি একেবাৰেই অনুকূল নহয়। বৰঞ্চ ঋতুস্ৰাৱৰ কাপবোৰ বহুত বেছি পৰিৱেশ অনুকূল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd