• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনৰ বিশ্বাসযোগ্যতাক লৈ এইবাৰ আঙুলি ইউ কেৰ বিদেশ সচিবৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 7, 2020 11:07 pm
Why would China be trusted to live up to their wider international responsibilities: UK foreign secretary

ব্ৰিটিছ বিদেশ সচিব ডমিনিক ৰাব। ছবি সৌজন্য-- উইকিপিডিয়া।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰে চীনৰ শেহতীয়া সংঘাতৰ মাজতে এইবাৰ ব্ৰিটিছ বিদেশ সচিব ডমিনিক ৰাবে আন্তঃৰাষ্ট্ৰীয় দায়বদ্ধতাৰ ক্ষেত্ৰত চীনৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

ঐতিহাসিক এক চুক্তিৰ জৰিয়তে লণ্ডনে হং কঙক চীনক গতোৱাৰ পিছত চীনে তাত নিৰাপত্তা আইন জাপি দিয়াক লৈ ব্ৰিটিছ বিদেশ সচিবজনে এই প্ৰশ্ন উত্থাপন কৰিছে।

Apply Now

“এইটো এটা বিশ্বাসৰ বিষয়, আৰু বিশ্বৰ বহু দেশে এই প্ৰশ্নটো সুধিছে….কাৰণ হং কঙৰ ক্ষেত্ৰত যদি তেওঁলোকে তেওঁলোকৰ কথা ৰাখিব বুলি বিশ্বাস কৰিব নোৱাৰি, তেওঁলোকৰ বহল আন্তঃৰাষ্ট্ৰীয় দায়বদ্ধতা অনুসাৰে চলিব বুলি তেওঁলোকক কিদৰে বিশ্বাস কৰিব পাৰি?” চি এন এনৰ বাতৰিত বিদেশ সচিবজনৰ উদ্ধৃতি।

ইউ কেত চীনা ৰাষ্ট্ৰদূতৰ এক মন্তব্যৰ পিছতে ব্ৰিটিছ বিদেশ সচিবজনে এই মন্তব্য কৰিছে।

ইউ কেত চীনা ৰাষ্ট্ৰদূত লিউ চিয়াওমিঙে ব্ৰিটেইনে হং কঙৰ বিষয়ত মাত মতাতো চীনৰ অভ্যন্তৰীণ বিষয়ত “অগ্ৰহণযোগ্য হস্তক্ষেপ” বুলি মন্তব্য কৰিছিল।

লণ্ডনে হং কঙৰ হাজাৰ হাজাৰ লোকৰ নাগৰিকত্বৰ বাবে এক পথ উলিয়াব বুলি মন্তব্য কৰিছে।

হং কঙৰ সংসদৰ অনুমোদন অবিহনেই এই আইন জাপি দিয়া হৈছে।

ইয়াৰ অধীনত চীনা আৰক্ষীক বিশেষ পৰিস্থিতিত ৱাৰেণ্ট অবিহনেই সম্পত্তিত তালাচী চলোৱা, সম্পদ বাজেয়াপ্ত কৰা, যোগাযোগ বিচ্ছিন্ন কৰা আৰু তথ্য আঁতৰাবলৈ ইণ্টাৰনেট চাৰ্ভিচ প্ৰভাইডাৰক বাধ্য কৰোৱা আদিৰ কৰ্তৃত্ব দিয়া হৈছে।

হং কঙত গণতান্ত্ৰিক স্বাধীনতা নোহোৱা কৰাৰ কাৰণে আমেৰিকাৰ ছীনেটে চীনক শাস্তি দিয়াৰ বাবে এক আইনত ইতিমধ্যে অনুমোদন জনাইছে।

বিদেশ সচিবজনে ইউ কেয়ো তেনে পদক্ষেপ লোৱাৰ কথা নূই কৰা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

August 9, 2026 8:45 pm
চীনৰ খেলুৱৈক ধৰাশায়ী কৰি কোৰিয়া মাষ্টাৰ্ছৰ চেম্পিয়ন অসমৰ অস্মিতা চলিহা

চীনৰ খেলুৱৈক ধৰাশায়ী কৰি কোৰিয়া মাষ্টাৰ্ছৰ চেম্পিয়ন অসমৰ অস্মিতা চলিহা

August 9, 2026 8:22 pm
আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

অসমলৈ আহি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই প্ৰদান কৰা বক্তৃতাৰ প্ৰকৃত উপলব্ধি কি?

August 9, 2026 7:02 pm
বিতৰ্কৰ আৱৰ্তত জেএনইউ: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উমৰ খালিদৰ কিতাপ উন্মোচনী অনুষ্ঠান বাতিল

বিতৰ্কৰ আৱৰ্তত জেএনইউ: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উমৰ খালিদৰ কিতাপ উন্মোচনী অনুষ্ঠান বাতিল

August 9, 2026 4:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

August 9, 2026 8:45 pm
চীনৰ খেলুৱৈক ধৰাশায়ী কৰি কোৰিয়া মাষ্টাৰ্ছৰ চেম্পিয়ন অসমৰ অস্মিতা চলিহা

চীনৰ খেলুৱৈক ধৰাশায়ী কৰি কোৰিয়া মাষ্টাৰ্ছৰ চেম্পিয়ন অসমৰ অস্মিতা চলিহা

August 9, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd