• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জঘন্য কাণ্ড! : নিজ কিশোৰী কন্যাক ধৰ্ষণ কৰি পত্নীৰ হাতত প্ৰাণ হেৰুৱালে এজন লোকে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 1, 2020 4:03 pm
index.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক জঘন্য কাণ্ডই কঁপাই গৈছে নয়ডাক। শুকুৰবাৰে নয়ডাৰ মোৰানা বাছষ্টেণ্ডত এটা মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই পোহৰলৈ আহিছে অতি জঘন্য আৰু চাঞ্চল্যকৰ এক ঘটনা।

ঘটনাৰ বিৱৰণীৰ মতে এগৰাকী পিতৃয়ে নিজৰ ১১ বছৰীয়া কিশোৰী কন্যাক ধৰ্ষণ কৰে। ধৰ্ষণৰ পিছত অতিৰিক্ত ৰক্তপাতৰ ফলত কিশোৰী গৰাকীৰ মৃত্যু ঘটে।

Apply Now

এই জঘন্য ঘটনাৰ পিছত লোকজনে নিজ পত্নী আৰু অন্য কন্যা সন্তান দুটিকো অকথ্য ভাষাৰে গালি গালাজ পাৰিবলৈ ধৰাৰ লগতে শাৰীৰিক আৰু যৌন নিৰ্যাতনো চলাবলৈ ধৰে।

অৱশেষত স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি আৰু নিজ কিশোৰী কন্যা সন্তানক ধৰ্ষণ কৰাৰ প্ৰতিশোধ ল’বলৈ গৈ স্বামীক টেটু চেপা দি হত্যা কৰে পত্নীয়ে।

মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্টৰ মতে লোকজনক ডিঙি চেপি হত্যা কৰা হৈছে।

আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত মৃত ব্যক্তিজনৰ পত্নীক গ্ৰেপ্তাৰ কৰি জেৰা আৰম্ভ কৰিছে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি মহিলা গৰাকীয়ে স্বামীক ডিঙি চেপি হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে।

অভিযুক্ত মহিলা গৰাকীয়ে আৰক্ষীক জনায় যে তেওঁৰ স্বামীয়ে ১১ বছৰীয়া কিশোৰী কন্যাক ধৰ্ষণ কৰাৰ পিছত ৰক্তক্ষৰণ হৈ কিশোৰী কন্যাৰ মৃত্যু হয়।

আনকি অভিযুক্ত মহিলা গৰাকীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে তেওঁৰ স্বামীয়ে তেওঁলোকৰ ১৪ আৰু ১৬ বছৰীয়া অন্য দুই কন্যা সন্তানৰ ওপৰতো যৌন আতিশায্য চলাই অহাৰ লগতে গা ধোৱাৰ সময়তে গোপনে দুই কন্যাৰ গা ধোৱাৰ দৃশ্য চাই থাকে।

ইয়াৰ সমান্তৰালভাৱে স্বামীৰ শাৰীৰিক অত্যাচাৰো ক্ৰমশঃ বৃদ্ধি পাই আহিছিল বুলি প্ৰকাশ কৰিছে অভিযুক্ত মহিলা গৰাকীয়ে।

স্বামীৰ এই অত্যাচাৰ আৰু জঘন্য কাণ্ড সহ্যাতীত হোৱাত মহিলা গৰাকীয়ে দুই কন্যাৰ সহযোগত স্বামীক হত্যা কৰা বুলি আৰক্ষীক জনাইছে।

ইফালে আৰক্ষীৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছে অভিযুক্ত মহিলা গৰাকীয়ে।

“মই বাৰে বাৰে মোৰানা আৰক্ষী থানাত ঘটনাৰ সন্দৰ্ভত অভিযোগ দাখিল কৰিছিলো। স্বামীৰ বিৰুদ্ধে আৰক্ষীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনাইছিলো। কিন্তু আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।” অভিযুক্ত মহিলা গৰাকীয়ে কয়।

ইফালে অভিযুক্ত মহিলা গৰাকীৰ এই অভিযোগ স্বীকাৰ কৰিছে মোৰানা আৰক্ষী থানাৰ বিষয়া প্ৰভাত দীক্ষিতে।

“মহিলা গৰাকীয়ে আমাৰ ওচৰত অভিযোগ দাখিল কৰিছিল। আমি লোকজনৰ সৈতে কথা পতাৰ চেষ্টা কৰিছিলো, কিন্তু লোকজন অত্যধিক পৰিমাণে মদ্যপান কৰি নিচাগ্ৰস্ত হৈ থাকে। তেওঁ আমাৰ কথাক গুৰুত্বই নিদিলে।” আৰক্ষী বিষয়া প্ৰভাত দীক্ষতে সংবাদ মাধ্যমক কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd