DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নুমলীগড়ৰ বকিয়াল চাহ বাগিচাত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ কৰুণ মৃত্যু

উত্তম শইকীয়া by উত্তম শইকীয়া
May 23, 2020 1:06 pm
4.1k
VIEWS
Share on FacebookShare on Twitter

নুমলীগড়ৰ বকিয়াল চাহ বাগিচাৰ ২৩ নং বাগানত শুকুৰবাৰে নিশা এজনী হাতীৰ কৰুণ মৃত্যু হয়  ৷

দুমাহৰ আগতে অন্য হাতীৰ আক্ৰমণত  আঘাতপ্ৰাপ্ত হোৱা বনৰীয়া হাতীজনী বিগত সময়চোৱাত নামবৰ আৰু সমীপৰ বিজুলী সংৰক্ষিত বনাঞ্চলত ৰুগীয়া দেহাৰেই বিচৰণ কৰি ফুৰা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল।

বিগত ৩১ মাৰ্চত বিজুলী সংৰক্ষিত বনাঞ্চলৰ ভিতৰতে চেতনা নাশক প্ৰয়োগ কৰি হাতীজনীক গোলাঘাট বন সংমণ্ডলৰ উদ্যোগত ডা৹ চামচুল আলীয়ে চিকিৎসা প্ৰদান কৰিছিল।

অন্য হাতীৰ আক্ৰমণত হাতীজনীৰ সোঁ ভৰিখন ভাঙি গৈছিল আৰু বনাঞ্চলৰ ভিতৰত হাতীজনীৰ ভহা হাঁড়ৰ চিকিৎসা কৰা প্ৰায় অসম্ভৱ হৈ পৰিছিল।

তথাপিও ডা৹ চামচুল আলীৰ চিকিৎসাৰ পাচত বিগত দুটা মাহে বনাঞ্চলতে বিচৰণ কৰি ফুৰিব পৰা অৱস্থা পাইছিল আহত হাতীজনীয়ে ৷

কিন্তু অৱশেষত বকিয়াল বন কাৰ্যালয় আৰু গোলাঘাট বন বিভাগে বিগত দুমাহে চিকিৎসা কৰিও ৰক্ষা কৰিব নোৱাৰিলে দুৰ্ভগীয়া হাতীজনীক।

নিজৰ ভগ্ন স্বাস্থ্যৰ সৈতে যুঁজি যুঁজি শুকুৰবাৰে নিশা মৃত্যুৰ ওচৰত হাৰ মানে হাতীজনীয়ে।

সোঁ ভৰিৰ হাড় ভাঙি হোৱা আঘাতৰ বাবে চেপ্তিচেমিয়া হৈ হাতীজনীৰ মৃত্যু হোৱা বুলি মৰোণোত্তৰ পৰীক্ষাত প্ৰকাশ পায়।

Recent News

Rhino carcass found in Kaziranga

কাজিৰঙাত উদ্ধাৰ গঁড়ৰ মৃতদেহ: চোৰাং চিকাৰৰ সম্ভাৱনা অস্বীকাৰ বন বিভাগৰ

protest against NPS

মানি লোৱা নহ’ব নতুন পেঞ্চন নীতি! হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে কঁপালে দিল্লী

Bangladeshi woman visits UP to meet boyfriend

ভাৰতীয় প্ৰেমিক ওলাল বিবাহিত! ভঙা হৃদয়েৰে স্বদেশলৈ উভতিল বাংলাদেশী মহিলা

Asian Games 2023

এছিয়ান গেমছ: ইতিহাস ৰচি স্বৰ্ণ জিনিলে অবিনাশে, শ্বটপুটত তাজিন্দৰপাল সিঙৰ স্বৰ্ণ জয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd