• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বানপাণীৰ সময়ত কাজিৰঙাত উদ্ধাৰ অভিযান, প্ৰতিপালনত ব্যস্ত বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
July 23, 2019 7:45 am
kaziranga

ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূব ভাৰতৰ একমাত্ৰ আৰু গুৰুত্বপূৰ্ণ কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰই বানপানীৰ সময়ত কাজিৰঙাই নহয় ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা বন্যপ্ৰাণী উদ্ধাৰত অন্যতম ভূমিকা পালন কৰিছে ৷ সম্প্ৰতি কেন্দ্ৰটোত দুটাকৈ গঁড় পোৱালী প্ৰতিপালিত হৈ আছে ৷

কাজিৰঙাৰ পানবাৰীত থকা এই কেন্দ্ৰটোৱে শেষতীয়া বানপানীত কাজিৰঙাৰ বিভিন্ন প্ৰান্তৰৰ পৰা উদ্ধাৰ হোৱা বন্যপ্ৰাণীক পৰিচৰ্যা কৰি পুনৰ বনাঞ্চলত মুকলি কৰে। বানপানীৰ সময়ত ২৪ ঘন্টাই কৰ্মৰত কেন্দ্ৰটোৰ কৰ্মচাৰী সকল ৷

Apply Now

শেহতীয়া বানপানীত কেন্দ্ৰটোৱে বিভিন্ন প্ৰান্তৰৰ পৰা উদ্ধাৰ কৰি অনা মুঠ ৬৪ টা বন্যপ্ৰাণীৰ প্ৰতিপালন কৰে ৷ ইয়াৰে ৫৩ টা ছাগলী পহু ,২ টা গঁড় পোৱালী, ১ টা হাতী পোৱালী ,২ টা দল হৰিণ ,১ টা শৰ পহু আৰু সাপকে ধৰি অনান্য ৫ প্ৰাণীক প্ৰতিপালন কৰে ৷ চিকিৎসাৰ পাচত উদ্ধাৰ কৰা ৫২ টা বন্যপ্ৰাণীক পুনৰ বনাঞ্চলত মুকলি কৰি দিয়া হয় ৷

ইপিনে, ইয়াৰে ৬ টা ছাগলী পহু, ২ টা গঁড় পোৱালীক সম্প্ৰতি কেন্দ্ৰটোত প্ৰতিপালন কৰি থকা হৈছে ৷ মাতৃহাৰা গঁড় পোৱালী দুটাক কিছু ডাঙৰ নোহোৱালৈকে কেন্দ্ৰটোতে প্ৰতিপালন কৰা হব ৷

উল্লেখ্য যে শেহতীয়া বানপানীৰ সময়ত মুঠ ১৮৭ টা বন্যপ্ৰাণীয়ে প্ৰাণ হেৰুৱা বুলি বিভাগীয় সুত্ৰত প্ৰকাশ পাইছে ৷ ইয়াৰে ১৬ টা পহুয়ে গাড়ীৰ খুন্দাত ৩৭ নং ৰাষ্ট্ৰীয় পথত মৃত্যু মুখত পৰে ৷ বাকী ১৫৫ টা বন্যপ্ৰাণীৰ পানীত পৰি মৃত্যু হয় ৷ বানত ৰাষ্ট্ৰীয় উদ্যান খনত ১৫ গঁড়ৰ মৃত্যু হয় আৰু এটা গঁড়ে পাহাৰৰ পৰা পৰি মৃত্যুক আঁকোৱালি ল’ব লগা হয় ৷

মন কৰিবলগীয়া যে ৰাষ্ট্ৰীয় উদ্যানখনত পানী দ্ৰুত গতিত শুকাইছে যদিও কাজিৰঙাৰ মুঠ ১৯৯ টা বন শিৱিৰৰ ভিতৰৰ ২৭ টা বনশিৱিৰৰ তলত এতিয়াও পানী আছে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd