• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গৰুক দিয়া হ’ব নেকি ৰাষ্ট্ৰীয় জন্তুৰ মৰ্যাদা? সংসদত স্পষ্ট কৰি দিলে সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 8, 2023 1:17 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু হৈছে  বাঘ। কেন্দ্ৰীয় চৰকাৰে গৰুক জাতীয় প্ৰাণী হিচাপে স্বীকৃতি দিব নিবিচাৰে। কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে সোমবাৰে সংসদত এই কথা স্পষ্ট কৰি দিয়ে।

সাংসদ ভাগীৰথ চৌধুৰীয়ে উত্থাপন কৰা কেইবাটাও প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে। 

Apply Now

ভাগীৰথ চৌধুৰীয়ে সুধিছিল যে গোমাতা বা গৰু ভাৰতীয় সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। গতিকে গৰুক জাতীয় জন্তুৰ মৰ্যাদা দিয়াৰ কিবা পৰিকল্পনা আছে নেকি কেন্দ্ৰীয় চৰকাৰৰ? এই প্ৰশ্নৰ উত্তৰত ৰেড্ডীয়ে স্পষ্ট কৰি দিয়ে যে ভাৰত চৰকাৰে বাঘ আৰু ময়ুৰক জাতীয় জন্তু আৰু জাতীয় পক্ষী বুলি ঘোষণা কৰিছে। এই দুই জীৱৰ সুৰক্ষাৰ বাবেও আইন প্ৰণয়ন কৰা হৈছে। গতিকে নতুন পৰিকল্পনা নাই। 

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘ভাৰত চৰকাৰে কিছুদিনৰ পৰা MoEF&CCৰ চৰকাৰী ৰেকৰ্ড প্ৰকাশ কৰা নাই। ২০১১ চনৰ ৩০ মে’ত মন্ত্ৰালয়ে বাঘ আৰু ময়ূৰক জাতীয় জন্তু আৰু জাতীয় চৰাই হিচাপে ঘোষণা কৰে।

ভাগীৰথ চৌধুৰীয়ে কেন্দ্ৰীয় চৰকাৰক এলাহাবাদ আৰু জয়পুৰ উচ্চ ন্যায়ালয়ে গৰুক ৰাষ্টৃয় জন্তু হিচাপে ঘোষণা কৰাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ নিৰ্দেশ দিছে নেকি বুলি সোধাত ৰেড্ডীয়ে কয় যে নিজ নিজ ৰাজ্যৰ বিধায়িনী দলে এই প্ৰশ্নৰ উত্তৰ দিব পাৰে। তেওঁ আৰু কয় যে পশুপালন আৰু দুগ্ধ পালন বিভাগে ক্ৰমে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহে কৰা প্ৰচেষ্টাৰ পৰিপূৰক হিচাপে থলুৱা জাতৰ গৰুকে ধৰি থলুৱা জাতৰ গৰুৰ উন্নয়ন আৰু সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় গোকুল অভিযান ৰূপায়ণ কৰি আছে। দেশত গৰুকে ধৰি ঘৰচীয়া জন্তুৰ  উপলব্ধতা বৃদ্ধিৰ লক্ষ্যৰে এই অভিযান আৰম্ভ কৰা হৈছে।। 

উল্লেখ্য যে দীৰ্ঘদিন ধৰি হিন্দুত্ববাদী ৰাজনৈতিক দল আৰু হিন্দুত্ববাদী সংগঠনসমূহে গৰুক জাতীয় প্ৰাণী হিচাপে মৰ্যাদা প্ৰদানৰ দাবী জনাই আহিছে। এই বিষয় সন্দৰ্ভত বহুতে আদালতৰ কাষ চাপিছে। কিন্তু আজি কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ পৰিকল্পনা স্পষ্ট কৰি দিয়ে।

লগতে পঢ়কঃ পৰিচাৰিকাক যৌন নিৰ্যাতনৰ শাস্তি! ছিংগাপুৰত ভাৰতীয় লোকক ১৮ বছৰৰ জেল; ১২টা সৌকাৰ কোব

লগতে পঢ়কঃ জাৰ্মানীত উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধৰ বোমা; প্ৰায় ১৩ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ

লগতে পঢ়কঃ সংসদত সংবিধানৰ মৌলিক গাঁথনি সন্দৰ্ভত ‘প্ৰশ্ন’ তুলি বিতৰ্কত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm
১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm
১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd