• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আন্দোলন প্ৰত্যাহাৰ কৰিবনে কৃষকে? আজি চৰকাৰৰে পুনৰ আলোচনা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 9, 2021 7:36 am
a farmers
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃষি আইন বাতিলৰ পিছতো আন্দোলন প্ৰত্যাহাৰ কৰিবলৈ সন্মত হোৱা নাই প্ৰতিবাদী কৃষকসকলে।

কৃষি আইন তিনি খন বাতিল হ’লে কেতবোৰ বিশেষ দাবী চৰকাৰে পূৰণ নকৰা পৰ্যন্ত কৃষকসকলে আন্দোলন চলাই নিয়াৰ পোষকতা কৰিছে।

Apply Now

আজি কৃষক নেতা গুৰনাম সিং চাৰুনিয়ে এই কথা প্ৰকাশ কৰে। কৃষক নেতাগৰাকীয়ে কয় যে যেতিয়ালৈকে চৰকাৰে নূন্যতম সমৰ্থন মূল্য নিৰ্ধাৰণ, বিদ্যুৎ মাচুল সংশোধনৰ খচৰা বিধেয়ক প্ৰত্যাহাৰ, প্ৰতিবাদী কৃষকৰ বিৰুদ্ধে চৰকাৰে আৰোপ কৰা গোচৰ প্ৰত্যাহাৰ নকৰে তেতিয়ালৈকে আন্দোলন চলাই যোৱা হ’ব।

উল্লেখ্য কৃষকৰ এনে দাবী সমূহ আলোচনা কৰাৰ বাবে চৰকাৰে কৃষকৰ পাঁচজনীয়া দলৰ সৈতে আলোচনা অব্যাহত ৰাখিছে।

আজি পুনৰ চৰকাৰৰ সৈতে কৃষকৰ প্ৰতিনিধি দলৰ আলোচনা হ’ব বুলি সংযুক্ত কৃষক মৰ্চাৰ এগৰাকী নেতাই প্ৰকাশ কৰিছে।

উল্লেখ্য ২৯ নৱেম্বৰৰ দিনা সংসদৰ শীতকালীন অধিৱেশনৰ সময়তে সংসদৰ দুয়োটা সদনেই বাতিল কৰিছিল তিনিখনকৈ কৃষি আইন।সংসদত কোনো ধৰণৰ আলোচনাৰ অৱতাৰণা নকৰাকৈয়ে কেৱল মৌখিক ভোটতে কৃষি আইন কেইখন বাতিল কৰা কৰা হৈছিল।

বিৰোধী দলৰ নেতাসকলে নূন্যতম সমৰ্থন মূল্যকলৈ সদনত আলোচনা হ’ব লাগে বুলি দাবী জনাইছিল যদিও সেই দাবীৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাত সদনত হুলূস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। লোকসভাত মাত্ৰ চাৰি মিনিটৰ ভিতৰতে কৃষি আইন কেইখন বাতিল কৰা হৈছিল।

আইন কেইখন লোকসভাত দাখিল কৰা হৈছিল ১২.০৬ বজাত আৰু ১২.১০ বজাত লোকসভাত কৃষি আইন বাতিল বিধেয়ক খন গৃহীত কৰা হৈছিল। ৰাজ্যসভাতো অতি চমু আলোচনাৰ অনন্ততে কৃষি আইন কেইখন বাতিল কৰা হৈছিল।

তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ ব্ৰিয়েনে আইন কেইখন বাতিলৰ পূৰ্বে আলোচনা অনুষ্ঠিত নকৰা কাৰ্যক গণতন্ত্ৰৰ পৰিপন্থী কাৰ্য আখ্যা দিছিল।

নূন্যতম সমৰ্থন মূল্য সন্দৰ্ভতো আলোচনাৰ দাবী উত্থাপন কৰিছিল বিৰোধী সাংসদসকলে। কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়েও তিনি খন কৃষি আইন বাতিলৰ পূৰ্বে কোনো আলোচনা নকৰাত ক্ষোভ প্ৰকাশ কৰিছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd