• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘MSP’ সুনিশ্চিত কৰিব নোৱাৰিলে ৰাজনীতিৰ পৰা অৱসৰ ল’ব বিজেপিৰ এইগৰাকী মুখ্য মন্ত্ৰীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 1, 2021 11:37 am

1 min read

‘MSP’ সুনিশ্চিত কৰিব নোৱাৰিলে ৰাজনীতিৰ পৰা অৱসৰ ল’ব বিজেপিৰ এইগৰাকী মুখ্য মন্ত্ৰীয়ে
319
VIEWS
Share on FacebookShare on Twitter

যদিহে কৃষকসকলক নূন্যতম সমৰ্থন মূল্য (এম এছ পি)ৰ গেৰাণ্টি সুনিশ্চিত কৰিব নোৱাৰে তেন্তে ৰাজনীতিৰ পৰা অৱসৰ ল’ব হাৰিয়ানাৰ মুখ্য মন্ত্ৰী মনোহৰ লাল খট্টৰে।

উল্লেখ্য যে বিজেপিৰ নেতা তথা মুখ্য মন্ত্ৰী খট্টৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেন্দ্ৰৰ নতুন কৃষি আইনৰ বিৰোধিতা কৰি থকা কৃষক সকলৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হৈছে।

শাসনাধিষ্ঠ দলে হাৰিয়ানাত অলপতে অনুষ্ঠিত হৈ যোৱা ৫খন নগৰ নিকায়ৰ নিৰ্বাচনৰ তিনিখনত পৰাস্ত হোৱাৰ পিছতেই মুখ্য মন্ত্ৰীয়ে কৰা এই মন্তব্যটোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে।

এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি অনুসৰি হাৰিয়ানাৰ মুখ্য মন্ত্ৰী গৰাকী এম এছ পি বাহাল ৰখাৰ পক্ষত আছে আৰু এই ব্যৱস্থাটো সমাপ্ত কৰাৰ প্ৰয়াস কৰিলে ৰাজনীতিৰ পৰা অৱসৰ ল’ব বুলি ৩১ ডিচেম্বৰৰ দিনা মন্তব্য কৰে।

উল্লেখ্য যে ডিচেম্বৰ মাহত হাৰিয়ানৰ উপ-মুখ্য মন্ত্ৰী দুষ্যন্ত চোটালাইও এই ধৰণৰ মন্তব্য আগবঢ়াইছিল। তেওঁ কৈছিল যে, এম এছ পি সুনিশ্চিত কৰাত অসফল হোৱাৰ দিনাই মই উপ-মুখ্য মন্ত্ৰীৰ আসন এৰি দিম।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd