• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পায়খানাৰ টেংকিত উদ্ধাৰ ১৩ বছৰীয়া ধৰ্ষিতাৰ মৃতদেহ : ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’বনে অসম আৰক্ষী?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 5, 2023 7:36 pm
rape in Assam
538
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত এগৰাকী ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। বুধবাৰে সন্ধিয়া মাৰ্ঘেৰিটা আৰক্ষীয়ে চেপ্টিক টেংকৰ পৰা নাবালিকা কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।

সূত্ৰ অনুসৰি আনন্দ তাঁতীয়ে নাবালিকাগৰাকীক ধৰ্ষণ আৰু হত্যা কৰি মৃতদেহটো চেপ্টিক টেংকত পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।

নাবালিকা গৰাকীয়ে যোৱা ৩০ এপ্ৰিলত বিহুৰ অনুষ্ঠান চাবলৈ গৈছিল। কিন্তু অনুষ্ঠানটোত নিশা পলম হোৱাৰ বাবে তাই আনন্দ তাঁতীৰ বাসগৃহতে ৰাতি কটোৱাৰ সিদ্ধান্ত লৈছিল। কিয়নো নাবালিকা গৰাকীৰ পৰিয়ালৰ লগত আনন্দ তাঁতীৰ পৰিয়ালৰ লগত ভাল সম্পৰ্ক আছিল।

আৰক্ষী বিষয়া এজনে কয়, ‘আনন্দ তাঁতিয়ে পৰিস্থিতিৰ সুযোগ লৈ নাবালিকাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰে আৰু পিছত মৃতদেহটো চেপ্টিক টেংকত পেলাই দিয়ে।’

জানিব পৰা মতে আনন্দ তাঁতী বৰ্তমানৰ পলাতক অৱস্থাত আছে। ইতিমধ্যে আৰক্ষীয়ে আনন্দ তাঁতীৰ পত্নীক সোধা-পোচাৰ বাবে আটক কৰি ৰাখিছে।

ইফালে, স্থানীয় ৰাইজে এই জঘন্য অপৰাধৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিছে। বৃহস্পতিবাৰে প্ৰতিবাদকাৰীয সকলে মাৰ্ঘেৰিটা আৰক্ষী থানা ঘেৰাও কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে।

ইতিমধ্যে নাবালিকাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাব প্ৰেৰণ কৰা হৈছে।

Recent News

দিল্লীত বিৰল ৰোগৰ অস্ত্ৰোপচাৰ, পিত্তথলীৰ পৰা চিকিৎসকে উলিয়ালে ৮১২৫ টা পাথৰ!

দিল্লীত বিৰল ৰোগৰ অস্ত্ৰোপচাৰ, পিত্তথলীৰ পৰা চিকিৎসকে উলিয়ালে ৮১২৫ টা পাথৰ!

নীপকোৰ বান্ধৰ পৰা অঘোষিতভাৱে পানী এৰি দিয়াৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নীপকোৰ বান্ধৰ পৰা অঘোষিতভাৱে পানী এৰি দিয়াৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মেঘালয়ত সন্ধানহীন দম্পতীক কেন্দ্ৰ কৰি ঘণীভূত ৰহস্য! উদ্ধাৰ স্বামীৰ উৱলি যোৱা মৃতদেহ

মেঘালয়ত সন্ধানহীন দম্পতীক কেন্দ্ৰ কৰি ঘণীভূত ৰহস্য! উদ্ধাৰ স্বামীৰ উৱলি যোৱা মৃতদেহ

কেলিফৰ্ণিয়াত ১৪৯ মিলিয়ন ডলাৰৰ স্বাস্থ্যসেৱা জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ অসমৰ তন্ময় শৰ্মা

কেলিফৰ্ণিয়াত ১৪৯ মিলিয়ন ডলাৰৰ স্বাস্থ্যসেৱা জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ অসমৰ তন্ময় শৰ্মা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd