DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মমতা আক্ৰমণ : হুইল চেয়াৰত বহি হ’লেও নিৰ্বাচনী প্ৰচাৰ চলাব মমতা বেনাৰ্জীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 11, 2021 4:56 pm
325
VIEWS
Share on FacebookShare on Twitter

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে এটা ভিডিঅ’ মেচেজৰ যোগেৰে তেওঁৰ তৃণমূল কংগ্ৰেছৰ দলীয় কৰ্মীসকলক শান্তি-শৃংখলা বজাই ৰাখিবলৈ অনুৰোধ কৰে।

যোৱাকালি নন্দীগ্ৰামত অচিনাক্ত দুৰ্বৃত্তই মমতাক আক্ৰমণ কৰাৰ পাছত তেওঁক কলকাতাৰ এছএছকেএম হস্পিতালত ভৰ্তি কৰোৱা হয়।

হস্পিতালৰ বিচনাৰ পৰা পঠিওৱা বাৰ্তাটোত মমতাই কয় যে তেওঁ বাওঁ গুৰুহা, ভৰি আৰু আঁঠুত গুৰুত্বৰ আঘাট পাইছে।

তদুপৰি বুকুৰ বিষ আৰু উশাহ-নিশাহ লোৱাতো কষ্ট পোৱা বুলি তেওঁ বাৰ্তাটোত কৈছে।

মমতাই কয় যে অহা ২-৩ দিনৰ পাছত তেওঁ হস্পিতালৰ পৰা উলাব আৰু কিছুদিনৰ বাবে হুইলছেয়াৰ ব্যৱহাৰ কৰিবলগা হ’ব পাৰে বুলিও তেওঁ কয়।

তৎসত্বেও তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাই যাব বুলি বাৰ্তাটোত জনায়।

দলনেত্রীর @MamataOfficial আবেদন pic.twitter.com/SPoD3m7Iu3

— All India Trinamool Congress (@AITCofficial) March 11, 2021

উল্লেখযোগ্য নন্দীগ্ৰামত মমতা আক্ৰমণৰ কাণ্ডৰ পাছতে উত্তৰ২৪ পৰগণা, হুগলী, হাউৰা, বীৰভূম, চাউথ২৪ পৰগণা আৰু জলপাইগুৰিৰ তৃণমূল কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল।

কৰ্মকৰ্তাসকলে বিজেপিৰ বিৰুদ্ধে শ্লোগান দিয়ে আৰু বিজেপিয়ে মমতা বেনাৰ্জীৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচা বুলিও কয়।

নন্দীগ্ৰামৰ বিৰুলীয়া বাজাৰ- য’ত মমতা আঘাটপ্ৰাপ্ত হৈছিল, সেই ঠাইতো দলীয় কৰ্মীসকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যষ্ট কৰে।

তৃণমূল কংগ্ৰেছৰ নেতা শ্বেইখ ছুফীয়ানৰ এখন অভিযোগনামাৰ ভিত্তিত পশ্চিম বংগ আৰক্ষীয়ে বিষয়টো সম্পৰ্কত এটা গোচৰ ৰুজু কৰিছে।

আনহাতে, বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষে ঘটনাটোক মমতাৰ নাটক আখ্যা দিছে আৰু ইয়াৰ বাবে চিবিআই অনুসন্ধানোৰ দাবী কৰিছে।

Recent News

Murder for Land dispute

ওদালগুৰিত ভূমি বিবাদৰ চূড়ান্ত ৰূপ: জেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

Orang National Park

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰে সংঘৰ্ষত নিহত সন্দেহজনক চোৰাং চিকাৰী

Jasprit Bumrah

অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd