DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম পৰ্বতাৰোহন সন্থাৰ উদ্যোগত শীতকালীন দুঃসাহসীক ক্রীড়া অভিযান

ৰিদিপ শৰ্মা,কলিয়াবৰ by ৰিদিপ শৰ্মা,কলিয়াবৰ
February 28, 2022 2:37 pm
অসম পৰ্বতাৰোহন সন্থাৰ উদ্যোগত শীতকালীন দুঃসাহসীক ক্রীড়া অভিযান
762
VIEWS
Share on FacebookShare on Twitter

উত্তৰ পূৰ্বাঞ্চলৰ দুঃসাহসীক ক্ৰীড়া ক্ষেত্ৰখনৰ বাটকটীয়া সংগঠন অসম পৰ্বতাৰোহন সন্থাই বিগত বছৰৰ দৰে এইবাৰো আয়োজন কৰিছে শীতকালীন দুঃসাহসীক ক্ৰীড়া অভিযান ।

লাডাখত অনুষ্ঠিত হ’বলগীয়া  ট্ৰেকিং, চাইক্লিং আৰু ইউ টি কাংৰী শিখৰ(৬০৭০ মি.)অভিযানৰ বাবে নিৰ্বাচিত মুঠ ২২ জন অভিযাত্ৰীৰে গঠিত দলটোৰ ট্ৰেকিং অভিযানৰ সদস্যসকলে ইতিমধ্যে লাডাখত উপস্থিত হৈছে ।

অসম পৰ্বতাৰোহন সন্থাৰ জ্যেষ্ঠ সদস্য সকল আৰু ক্ৰীড়া সঞ্চালকালয়ৰ কেইবাজনো বিষয়াৰ উপস্থিতিত গুৱাহাটীত অসম ক্ৰীড়া আৰু যুৱ কল্যাণ দপ্তৰৰ মন্ত্ৰী বিমল বৰাই ফ্লেগ অফ কৰি অভিযানৰ শুভ উদ্বোধন কৰে ।

মানস বৰুৱাৰ নেতৃত্বত মাউন্ট ইউ টি কাংৰী (৬০৭০ মি.)অভিযানত অংশগ্ৰহণ কৰিবলৈ যোৱা সদস্যসকল হ’ল ক্ৰমে উপেন চক্ৰৱৰ্তী, ডা° জগদীশ বসুমতাৰী,কৌশিক দাস, ভাস্কৰ বৰুৱা, জয়ন্ত নাথ, ধ্ৰুৱজ্যোতি হাজৰিকা আৰু মনোজ কুমাৰ পাটোৱাৰী।

 শূন্যৰ তলৰ তাপমানত  সু-উচ্চ ইউ টি কাংৰী শিখৰলৈ অভিযানৰ বাবে যোৱা এইটোৱেই হৈছে অসমৰ প্ৰথমটো পৰ্বতাৰোহীৰ দল।

আনহাতেদি শেখৰ বৰদলৈৰ নেতৃত্বত যোৱা চাইক্লিং অভিযানটোৰ সদস্যসকল হ’ল কলিয়াবৰৰ শিলঘাটৰ চন্দোৎপল গগৈ,দৃষ্টি কাশ্যপ বৰদলৈ, নিৰজ বৰা, আৰু কৃশানু বৰা।

সৰ্বনিম্ন প্ৰায় -২০ৰ পৰা -২৫ ডিগ্ৰী তাপমাত্ৰাত খাৰ্দোংলা পাছৰ পৰা সাগৰ পৃষ্ঠৰ ১১০০০- ১৯০০০ ফুট উচ্চতাত চাইকেল চলোৱা দলটোৱে শেহতীয়াকৈ অভিযান সমাপ্ত কৰিছে।

Recent News

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd