• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰত এটা পৰিয়ালক ডাইনী সন্দেহত ১৫ আগষ্টৰ ভিতৰত গাঁও এৰাৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 10, 2019 7:59 am
withch hunting

ডাইনী সন্দেহত গাঁও এৰিব কোৱা পৰিয়ালটোৰ ওচৰত আৰক্ষী

715
VIEWS
Share on FacebookShare on Twitter

কোকাৰাঝাৰ জিলাৰ ভিতৰুৱা এখন গাঁৱৰ এটা পৰিয়ালক ডাইনী সন্দেহত আৰু যাদু-মন্ত্ৰ সাধনা কৰাৰ অভিযোগেৰে গাঁৱবাসীয়ে ১৫ আগষ্টৰ ভিতৰত গাঁও এৰি যাবলৈ দিয়া নিৰ্দেশে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰক্ষীয় বিষয়া বিৰাকচন ৰামচিয়াৰীয়ে কোকৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং জোৰনগৰ গাঁৱত ৮ আগষ্টত ঘটনাটো সংঘটিত হয় বুলি জানিবলৈ দিয়ে।

আৰক্ষীয়ে জনোৱা মতে, ভদ্ৰেশ্বৰ ৰাভা (৫০), তেওঁৰ পত্নী ফুলেশ্বৰী ৰাভা, পুত্ৰ অজিত ৰাভা, বোৱাৰী আৰু ২ বছৰীয়া নাতিৰ বিৰুদ্ধে ডাইনীৰ অভিযোগ তুলি গাঁৱবাসীয়ে ১৫ আগষ্টৰ ভিতৰত তেওঁলোকক গাঁও এৰি যাবলৈ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে, ৮ আগষ্টত গাঁৱবাসীয়ে পৰিয়ালটোৰ লোকসকলৰ বিৰুদ্ধে ডাইনী আৰু তন্ত্ৰ-মন্ত্ৰ সাধনাৰ অভিযোগ তুলি এখন ৰাজহুৱা সভা আয়োজন কৰে আৰু সভাত পৰিয়ালটোক গাঁও এৰি যোৱাৰ নিৰ্দেশ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সভাত ভূক্তভোগী পৰিয়ালটোৰ লোকসকলৰ পৰা গাঁও এৰি যাব বুলি জোৰ-জবৰদস্তিকৈ এখন পত্ৰত চহীও কৰি লোৱা হয় বুলি আৰক্ষীয় সূত্ৰই প্ৰকাশ কৰে।

ঘটনাৰ সম্ভেদ লাভ কৰি কোকৰাঝাৰ আৰক্ষীয়ে গাঁৱখনত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

আৰক্ষী অহাৰ খবৰ লাভ কৰি গাঁৱখনৰ গাঁওবুঢ়াকে ধৰি বেছিভাগ লোকে গ্ৰেপ্তাৰ হোৱাৰ ভয়ত পলায়ন কৰে।

গাঁওখনৰ কিছু সংখ্যক স্থানীয় লোকে ৪ বছৰ পূৰ্বে গাঁৱবাসীয়ে এগৰাকী মহিলাক ডাইনী সন্দেহত হত্যা কৰিছিল বুলি আৰক্ষীৰ আগত মত প্ৰকাশ কৰে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd