• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জুবিনৰ পৰামৰ্শ মতেই গীত, ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধীৰ ভাষণ শুনোৱা হৈছে তৰুণ গগৈক : গৌৰৱ গগৈ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , November 23, 2020 3:39 pm

1 min read

468
VIEWS
Share on FacebookShare on Twitter

চিকিৎসকৰ অনুমতি লৈ পৰহি নিশা জুবিন গাৰ্গে দিয়া পৰামৰ্শ মতেই গীত, ইন্দিৰা গান্ধীৰ ভাষণ শুনোৱা হৈছে তৰুণ গগৈক।

সংবাদ মাধ্যমৰ আগত এই কথা জানিবলৈ দিয়ে তৰুণ গগৈৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈয়ে।

তেওঁক মেকানিকেল হেড ফোনৰ জৰিয়তে ভূপেন্দ্ৰ সংগীত, হৰি নাম, বৰগীতৰ লগতে কংগ্ৰেছৰ প্ৰয়াত নেতাৰ ভাষণ শুনাই থকা হৈছে বুলি জানিবলৈ দিয়ে গৌৰৱ গগৈয়ে।

মানসিক শান্তি লাভ কৰিবৰ বাবে এনেদৰে গীত শুনোৱা হৈছে বুলি গগৈয়ে কয়।

ইপিনে, তৰুণ গগৈয়ে পুত্ৰ গৌৰৱ গগৈক প্ৰয়াত প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধীৰ পৰা যুৱ কালত অনুপ্ৰাণিত হৈ ৰাজনীতিত নামিছিল বুলি কৈছিল বুলি তেওঁ কয়।

প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙে আজি দুপৰীয়া গৌৰৱ গগৈ লৈ ফোন কৰি পিতৃৰ খবৰ লোৱা বুলি তেওঁ জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, বৰ্তমানো গগৈৰ অৱস্থা অতি সংকটজনক আৰু চিকিৎসকে ইতিমধ্যে চিকিৎসাৰ ক্ষেত্ৰত ব্যৱস্থা ল’ব নোৱাৰা হৈছে বুলি জনায় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Recent News

shashi-tharoor

লালকিল্লাত প্ৰতিবাদী কৃষকৰ পতাকা উৰুওৱাক দুৰ্ভাগ্যজনক আখ্যা কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd