DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘কা’ আন্দোলনত ভাগ লোৱা বহু প্ৰতিবাদকাৰীৰ সম্পত্তি বাজেয়াপ্তৰ নিৰ্দেশ, ক্ষুদ্ধ উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
February 11, 2022 9:11 pm
‘কা’ আন্দোলনত ভাগ লোৱা বহু প্ৰতিবাদকাৰীৰ সম্পত্তি বাজেয়াপ্তৰ নিৰ্দেশ, ক্ষুদ্ধ উচ্চতম ন্যায়ালয়
240
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ বহু ৰাজ্যত প্ৰতিবাদৰ জোৱাৰ উঠিছিল। সেই সময়ত প্ৰতিবাদকাৰীয়ে বহু ঠাইত ৰাজহুৱা সম্পত্তি ধ্বংসও কৰিছিল। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ চৰকাৰে ৰাজহুৱা সম্পত্তি ধ্বংসৰ অভিযোগত বহু লোকৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ জাননী জাৰি কৰিছে।

উত্তৰ প্ৰদেশ চৰকাৰৰ এনে পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছে উচ্চতম ন্যায়ালয়ে। আজি উচ্চতম ন্যায়ালয়ে কয় যে উত্তৰ প্ৰদেশৰ চৰকাৰে তৎকালে এনে জাননী প্ৰত্যাহাৰ কৰিব লাগে , অন্যথা নায়ালয়ে নিজাববীয়াকৈ তেনে জাননী প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ব বুলি সকিয়াই দিয়ে।

উচ্চতম ন্যায়ালয়ৰ খণ্ডপীঠে কয় যে এনে নিৰ্দেশে আইন উলংঘা কৰিছে। সেয়ে প্ৰক্ৰিয়াটো বাতিল কৰিব লাগিব।
ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড আৰু সূৰ্য কান্তৰ বিচাৰপীঠে কয় যে উত্তৰ প্ৰদেশ চৰকাৰে অভিযুক্তৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ বাবে প্ৰক্ৰিয়া চলাই থকাৰ ক্ষেত্ৰত চৰকাৰ খনে নিজেই অভিযোগকাৰী আৰু ন্যায়াধীশৰ ভূমিকা লৈছে।

উল্লেখ্য পাৰৱাইজ আৰিফ টিটু নামৰ লোক জনে উত্তৰ প্ৰদেশ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল।

আবেদনত অভিযোগ কৰা অনুসৰি ছয় বছৰ আগতে ৯৪ বছৰ বয়সত মৃত্যু হোৱা এজন ব্যক্তিৰ বিৰুদ্ধেও এনে জাননী প্ৰেৰণ কৰা হৈছে।

আনহাতে ৯০ বছৰতকৈ অধিক বয়সৰ দুজন লোককো প্ৰতিবাদকাৰী সজাই তেওঁলোকৰ বিৰুদ্ধে এনে জাননী প্ৰেৰণ কৰা হৈছে।
উচ্চতম ন্যায়ালয়ে ১৮ ফেব্ৰুৱাৰীৰ ভিতৰত তেনে জাননী বাতিলৰ নিৰ্দেশ দিয়ে।

Recent News

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd