• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শান্তিচুক্তিৰ এমাহ নহওঁতেই পুনৰ আন্দোলনৰ হুংকাৰ NDFB-ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 21, 2020 3:54 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰৰ সৈতে শান্তি আলোচনাৰে বি টি আৰ চুক্তি কৰা এমাহ নহওঁতেই বড়ো সশস্ত্ৰ বিদ্ৰোহী সংগঠন NDFB-এ পুনৰ আন্দোলনৰ হুংকাৰ দিছে চৰকাৰক।

যোৱা ২৭ জানুৱাৰিত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক শান্তি চুক্তিত বড়োসকলক প্ৰতিনিধিত্ব কৰা এটা মূল পক্ষ আছিল বিদ্ৰোহী সংগঠনটোৰ চাৰিওটা গোট।

Apply Now

কিন্তু আজি আটাইকেইটা গোটৰ সম্বন্বয়ৰক্ষী কমিটিয়ে বাক্সাত ততাতৈয়াকৈ সংবাদ মাধ্যমক সম্বোধন কৰে।

চাৰিওটা গোটৰ নেতাসকলে NDFBৰ মুৰব্বী ৰঞ্জন দৈমাৰীৰ জামিনৰ ম্যাদ বৃদ্ধি নকৰাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে দৈমাৰীক সাধাৰণ ক্ষমাদান কৰি দি “কাৰ্য্যতঃ শান্তি স্থাপন” কৰিবলৈ চৰকাৰক আহ্বান জনায়।

সংগঠনটোৰ এটা প্ৰধান গোট NDFB(P)ৰ অধ্যক্ষ গোবিন্দ বসুমতাৰীয়ে কয়, “চুক্তি স্বাক্ষৰ কৰাৰ স্বাৰ্থত জামিনত মুক্তি দিয়া দৈমাৰীক ৰাইজৰ কাষত কিয় থাকিবলৈ দিয়া নাই চৰকাৰে? মুখত শান্তিৰ কথা ক’লেই নহয়, কাৰ্য্যতঃ কৰিব লাগে৷ দৈমাৰীৰ উপস্থিতি অবিহনে স্থায়ী শান্তি অসম্ভৱ”।

তেওঁ লগতে হুংকাৰ দি কয়, “সোনকালে দৈমাৰীক মুকলি কৰি নিদিলে আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম৷ এই আন্দোলন গণতান্ত্ৰিকভাৱে চলাম৷”

বোমা বিস্ফোৰণ আৰু হত্যাকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাবাস খাটি থকা দৈমাৰীক চৰকাৰে শান্তিচুক্তি স্বাক্ষৰ কৰা বাবে ২৫ জানুৱাৰিত অন্তৰ্ৱৰ্তী জামিন দিছিল।

কিন্তু তেওঁৰ জামিনৰ ম্যাদ শেষ হোৱাত ২০ ফেব্ৰুৱাৰিত আদালতে পুনৰ কাৰাগাৰত আত্মসমৰ্পণৰ বাবে নিৰ্দেশ দিয়ে।

অহা ২৪ ফেব্ৰুৱাৰিত এন ডি এফ বিৰ চাৰিওটা গোটে মিলি ওদালগুৰিত এখন বিশাল জনসভাৰ আয়োজন কৰিছিল যদিও দৈমাৰীক পুনৰ কাৰাগাৰলৈ নিক্ষেপ কৰাত এই জনসভা স্থগিত ৰখা হৈছে বুলি আজি সমন্বয়ৰক্ষী কমিটীয়ে জনায়।

ওদালগুৰিত আয়োজন কৰা এই বিশাল সভা এতিয়া বাতিল কৰা হৈছে ৷ সভালৈ হাগ্ৰামা মহিলাৰী, প্ৰমোদ বড়োকো জনাইছিল আমন্ত্ৰণ ৷
“মূল উদ্যোক্তা ৰঞ্জন দৈমাৰী কাৰাগাৰলৈ যাবলগীয়া হোৱাত ওদালগুৰিৰ সভা স্থগিত কৰা হৈছে”, NDFB(S)ৰ অধ্যক্ষ বি ছাউৰাইগৗৰাই কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd