• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্ৰহ্মপুত্ৰ উপত্যকাত ভোট হেৰুওৱাৰ আশংকা! কৰিমগঞ্জত মোদীয়ে উচ্চাৰণ নকৰিলে ‘কা’ৰ কথা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 18, 2021 3:52 pm
a modd
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভা নিৰ্বাচনত বৰাক উপত্যকাৰ ভোটেই শেষ কথা নহয়।

সেয়া উপলব্ধি কৰিয়েই কৰিমগঞ্জৰ জনসভাত মোদীয়ে আজি ঘূণাক্ষৰেও উল্লেখ্য নকৰিলে ‘কা’ৰ কথা। ‘কা’কলৈ আজিও উত্তপ্ত হৈ আছে  ব্ৰহ্মপুত্ৰ উপত্যকা।

Apply Now

অসমলৈ  জাতীয় সংকট নমাই আনিব পৰা আইন খনৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থায়ো কাইলৈ অৰ্থাৎ ২০ মাৰ্চৰ পৰা ৰাজ্যজুৰি আৰম্ভ কৰিব আন্দোলন।

এনে পৰিস্থিতিত  ‘কা’ সমৰ্থন কৰা বৰাকৰ গৰিষ্ঠসংখ্যক লোকক  সন্তুষ্ট কৰিবলৈ  মোদীয়ে ‘কা’ সন্দৰ্ভত একো কথাই নক’লে।

উল্লেখ্য নিৰ্বাচনী প্ৰচাৰ চলাবলৈ  পুনৰ অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন স্থানত প্ৰচাৰ চলোৱাৰ অন্তত আজি মোদী আহে বৰাক উপত্যকালৈ।

বৰাক উপত্যকাৰ কৰিমগঞ্জত আজি মোদীয়ে বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়।

অসমলৈ এতিয়ালৈকে যিমান বাৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছে কোনোবাৰেই এবাৰৰ বাবে হ’লেও উচ্চাৰণ কৰা নাই বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন খনৰ কথা।

২০১৯ চনত অসম অগ্নিগৰ্ভ হৈ পৰা নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ ‘কা’ৰ কথা মোদীয়ে ইচ্ছাকৃত ভাবেই ব্ৰহ্মপুত্ৰ উপত্যকাৰ কোনো এখন নিৰ্বাচনী প্ৰচাৰ সভাতে উচ্চাৰণ কৰা নাছিল।

বাংলাদেশ, পাকিস্তান, আফগানিস্তান আদি দেশত ‘নিৰ্যাতন’ৰ সন্মুখীন হোৱা হিন্দু লোকসকলক ভাৰতত সংস্থাপিত কৰাৰ বাবে চৰকাৰে গৃহীত কৰা ‘কা’ৰ বিৰুদ্ধে ব্ৰহ্মপুত্ৰ উপত্যকাত  প্ৰৱল আন্দোলনৰ সৃষ্টি হৈছিল যদিও বৰাক উপত্যকা আছিল এই ক্ষেত্ৰত ব্যতিক্ৰম।

বৰাক উপত্যকাৰ প্ৰায় সংখ্যক লোকেই ‘কা’ সমৰ্থন জনাই আহিছে।

সেয়ে ভোট ভিক্ষা কৰিবলৈ অহা মোদীয়ে কৰিমগঞ্জত আজি ‘কা’ৰ ৰেকৰ্ড খন পুনৰ বজাই উপত্যকাটোত বাস কৰা হিন্দু বাঙালী লোকসকলক  অধিক আবেগিক কৰি তোলাৰ  সুযোগ থকাৰ পিছতো মোদীয়ে ব্ৰহ্মপুত্ৰ উপত্যকাত বিজেপিয়ে ভোট হেৰুওৱাৰ আশংকা কৰিয়েই ‘কা’ৰ কথা মুখলৈয়ে নানিলে বুলি এতিয়া সৰ্বত্ৰ চৰ্চা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উমৰ খালিদৰ জামিন আবেদনত দিল্লী আৰক্ষীৰ পৰা উত্তৰ বিচাৰিলে দিল্লী উচ্চ ন্যায়ালয়ে : ২৭ আগষ্টলৈ পৰৱৰ্তী শুনানি

উমৰ খালিদৰ জামিন আবেদনত দিল্লী আৰক্ষীৰ পৰা উত্তৰ বিচাৰিলে দিল্লী উচ্চ ন্যায়ালয়ে : ২৭ আগষ্টলৈ পৰৱৰ্তী শুনানি

July 31, 2026 6:10 pm
কুলশী নৈত ৫৫ মেগাৱাট বহুমুখী প্ৰকল্পৰ বিৰোধিতাৰে স্থানীয় দল-সংগঠনৰ প্ৰতিবাদ, প্ৰকল্প বাতিলৰ দাবী

কুলশী নৈত ৫৫ মেগাৱাট বহুমুখী প্ৰকল্পৰ বিৰোধিতাৰে স্থানীয় দল-সংগঠনৰ প্ৰতিবাদ, প্ৰকল্প বাতিলৰ দাবী

July 31, 2026 5:30 pm
৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

July 31, 2026 3:00 pm
মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

July 31, 2026 2:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উমৰ খালিদৰ জামিন আবেদনত দিল্লী আৰক্ষীৰ পৰা উত্তৰ বিচাৰিলে দিল্লী উচ্চ ন্যায়ালয়ে : ২৭ আগষ্টলৈ পৰৱৰ্তী শুনানি

উমৰ খালিদৰ জামিন আবেদনত দিল্লী আৰক্ষীৰ পৰা উত্তৰ বিচাৰিলে দিল্লী উচ্চ ন্যায়ালয়ে : ২৭ আগষ্টলৈ পৰৱৰ্তী শুনানি

July 31, 2026 6:10 pm
কুলশী নৈত ৫৫ মেগাৱাট বহুমুখী প্ৰকল্পৰ বিৰোধিতাৰে স্থানীয় দল-সংগঠনৰ প্ৰতিবাদ, প্ৰকল্প বাতিলৰ দাবী

কুলশী নৈত ৫৫ মেগাৱাট বহুমুখী প্ৰকল্পৰ বিৰোধিতাৰে স্থানীয় দল-সংগঠনৰ প্ৰতিবাদ, প্ৰকল্প বাতিলৰ দাবী

July 31, 2026 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd