• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

“মোৰ দেউতাই ৩০ বছৰত ৭০ টা হত্যাকাণ্ড সংঘটিত কৰিছে ” – কন্যাৰ স্বীকাৰোক্তি

লুচীয়ে জনোৱা মতে লুচী আৰু তেওঁৰ ভাতৃ-ভগ্নীয়ে তেওঁলোকৰ পিতৃয়ে হত্যা কৰা কেইবাজনো মৃত ব্যক্তিক সমাধিস্থ কৰাতো সহায় কৰিছিল। লুচীৰ ভাষ্য মতে তেঁওলোকৰ পিতৃয়ে হত্যা কৰা মৃতদেহবোৰ পুতি থ’বলৈ তেওঁলোকক জোৰকৈ লৈ যায়।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 27, 2022 7:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“মোৰ দেউতাই ৩০ বছৰত ৭০ টা হত্যা কাণ্ড সংঘটিত কৰিছে” – এইদৰে নিজৰ পিতৃৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত নিজেই মুখ খুলিছে এগৰাকী মহিলাই। ইতিমধ্যে আমেৰিকাৰ মূলসূঁতিৰ সাংবাদ মাধ্যম ‘নিউজ উইক’ কে ধৰি ভালেমানে সংবাদ মাধ্যমত প্ৰকাশ হৈছে এই খবৰ।

এই আমেৰিকান মহিলাগৰাকীৰ নাম হৈছে লুচী ষ্টুডি। লুচীৰ পিতৃৰ নাম হৈছে ড’নাল্ড ডিন ষ্টুডি। লুচীয়ে জনোৱা মতে লুচী আৰু তেওঁৰ ভাতৃ-ভগ্নীয়ে তেওঁলোকৰ পিতৃয়ে হত্যা কৰা কেইবাজনো মৃত ব্যক্তিক সমাধিস্থ কৰাতো সহায় কৰিছিল।

Apply Now

লুচীৰ ভাষ্য মতে তেঁওলোকৰ পিতৃয়ে হত্যা কৰা মৃতদেহবোৰ পুতি থ’বলৈ তেওঁলোকক জোৰকৈ লৈ যায়। এখন ঠেলা গাড়ীৰ সহায়ত মৃতদেহবোৰ সমাধিস্থ কৰিবলৈ কেতিয়াবা কোনোবা বিশেষ খাল বা পাহাৰৰ ওপৰলৈ লৈ যায় পিতৃ ড’নাল্ড ডিন ষ্টুডিয়ে।

ড’নাল্ডে মৃতদেহবোৰ গাঁতত ভৰাই তাত বিশেষ ক্ষাৰক পদাৰ্থ ছটিয়াই আৰু তাৰ ওপৰত আৱৰ্জনাৰ দম জাপি দিয়ে।  লুচীৰ মতে তেওঁৰ দেউতাক এজন ছিৰিয়েল কিলাৰ আছিল। প্ৰত্যেকটো হত্যাৰ চিন স্বৰূপে দেউতাকে এটাকৈ সোণৰ দাঁত লগত ৰাখিছিল।

লুচীৰ এই দাবীৰ সত্যতা প্ৰমাণিত কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে আমেৰিকাৰ বিভাগীয় তদন্তকাৰী কৰ্তৃপক্ষই। ইতিমধ্য লুচীয়ে কোৱা মতে এটি খালত প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰৰ সহায়ত এটা মৃতদেহৰ অৱশিষ্টও উদ্ধাৰ কৰা হৈছে যদিও বাকী কোনো মৃতদেহৰ অৱস্থিতি উদ্ধাৰ হোৱা নাই। অৱশ্যে তদন্তকাৰী বিষয়াই সেই স্থান এক বৃ্হৎ সমাধিস্থল বুলি ঠাৱৰ কৰিছে।

২০১৩ চনত ৭৫ বছৰ বয়সত লুচী ষ্টুডিৰ পিতৃ ড’নাল্ডৰ মৃত্যু হয়। যদিহে লুচীয়ে বৰ্ণনা কৰা এই ঘটনা সঁচা প্ৰমাণিত হয় আৰু ড’নাল্ড দোষী সাব্যস্ত হয় তেনেহ’লে ড’নাল্ড ডিন ষ্টুডি পৰিণত হ’ব আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ কুখ্যাত ছিৰিয়েল কিলাৰ হিচাপে।

ইয়াৰ পূৰ্বে দেশখনৰ দুজন কুখ্যাত ছিৰিয়েল কিলাৰ আছিল কেনিবেল জেফ্ৰি আৰু টেড বাণ্ডী। ধৰা পৰাৰ পূৰ্বে কেনিবেল জেফ্ৰিয়ে ১৭ জন লোকক আৰু টেডে ৩৬ জন লোকক হত্যা কৰিছিল।

লুচীৰ মতে তেওঁৰ পিতৃয়ে হত্যা কৰা অধিকাংশই হৈছে মহিলা। এই মহিলা সকলৰ অধিকাংশই আছিল যৌনকৰ্মী আৰু দৰিদ্ৰ নাৰী। সংস্থাপন বা আন বিভিন্ন প্ৰলোভন দি এই মহিলাসকলক লগত লৈ অনা হৈছিল । লুচীয়ে বিচাৰিছে যে সমাধিবোৰ ভালকৈ খনন কৰা হওঁক আৰু সঁচাবোৰ পোহৰলৈ ওলাই আহক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd