• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইণ্ডিগ’ এয়াৰলাইন্সে এটি নৱজাতকক দিলে আজীৱন বিনামূলীয়া বিমান ভ্ৰমণৰ সুবিধা, কিন্তু কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
October 8, 2020 2:31 pm
a Indigo-baby_1200
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্ডিগ’ এয়াৰ লাইন্সে এটি নৱজাতকক ওৰেটো জীৱন বিমান পৰিবহণ সংস্থাটোৰ যিকোনো বিমানতে বিনামূলীয়াকৈ যাত্ৰাৰ সুবিধা প্ৰদান কৰিছে।

আজীৱন বিনামূলীয়াকৈ দেশ-বিদেশ ঘূৰি ফুৰিব পৰা এই দেৱ শিশুটিয়ে এই বিশেষ সুবিধা লাভ কৰাৰ এক বিশেষ কাৰণ আছে।

Apply Now

দৰাচলতে বুধবাৰে দিল্লীৰ পৰা বাংগালুৰু অভিমুখী ইণ্ডিগ’ এয়াৰ লাইন্সৰ এখন বিমানৰ ভিতৰতে জন্মগ্ৰহণ কৰিছিল দেৱ শিশুটিয়ে। মাটিৰ পৰা কেইবা হাজাৰ ফুট উচ্চতাত থকা ইণ্ডিগ’ এয়াৰ লাইন্সৰ 6E-122 বিমান খনত যাত্ৰী হিচাবে যোৱা এগৰাকী গৰ্ভৱতী মহিলাৰ প্ৰসৱ বেদনা আৰম্ভ হৈছিল বিমানৰ ভিতৰতে।

এই বিষয়ে মহিলাগৰাকীয়ে বিমানৰ পৰিচালিকাক অৱগত কৰিছিল যদিও সেই সময়ত কোনেও একো কৰিব পৰা অৱস্থাত নাছিল।

প্ৰসৱ বেদনাত চটফটাই থকা মহিলাগৰাকীক বিমানৰ পৰিচাৰিকাসকলে আঁৰ কৰি ধৰিছিল আৰু এটা সময়ত উৰন্ত বিমানৰ ভিতৰতে মহিলা গৰাকীয়ে এটি সুস্থ-সৱল ল’ৰা সন্তান জন্ম দিয়ে।

A baby boy was born in an IndiGo Delhi- Bangalore flight

Both mother & child are doing fine #aviation pic.twitter.com/9hlCh0f9zy

— Arindam Majumder (@ari_maj) October 7, 2020

শিশুৰ কান্দোনৰ ৰোল উঠাৰ লগে লগে বিমানৰ আন যাত্ৰীসকলৰ লগতে বিমন খনৰ কৰ্মীসকলৰ মুখত হাঁহি বিৰিঙি উঠে।

A baby boy was born on board Indigo flight from Delhi to Bangalore today. In all likely baby is getting life long free @IndiGo6E free ticket. Great work by Indigo crew today. Kudos to the team @IndiaToday pic.twitter.com/mxn16dgigf

— Nagarjun Dwarakanath (@nagarjund) October 7, 2020

সকলোৱে মহা সংকটৰ পৰা মহিলাগৰাকীয়ে মুক্তি পোৱাত স্বস্তিৰ নিশ্বাস এৰে। ইণ্ডিগ’ বিমানৰ কৰ্তৃপক্ষই এই সমগ্ৰ ঘটনাটো টুইটাৰ যোগে ৰাজহুৱা কৰাৰ লগতে বিমানৰ ভিতৰতে জন্ম পোৱা দেৱ শিশুটিক উপহাৰ হিচাবে আজীৱন ইণ্ডিগ’ বিমানেৰে বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব বুলি ঘোষণা কৰে।

টুইটাৰত বহুতে দেৱ শিশুটিক আশীৰ্বাদ দিয়াৰ লগতে মাতৃগৰকীকো শুভেচ্ছা জ্ঞাপন কৰিছে।

ইয়াৰ বিপৰীতে বহুতে ইণ্ডিগ’ বিমান কৰ্তৃপক্ষক মহিলাগৰাকীৰ তেনে অৱস্থাত যাত্ৰাৰ অনুমতি দিয়া বাবে সমালোচনাও কৰা দেখা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd