• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধৰ্ষণ কৰাৰ পিছত সন্তানৰ সন্মুখতে মহিলাৰ শৰীৰত এচিড ঢালিলে চুবুৰীয়া যুৱকে! অসমৰ ক’ত এই ঘটনা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 30, 2025 10:15 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চুবুৰীয়া যুৱকৰ কামনাৰ বলি এগৰাকী ৩০ বছৰীয়া মহিলা। ঘৰত প্ৰৱেশ কৰি তেওঁক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ২৮ বছৰীয়া যুৱকজনৰ বিৰুদ্ধে। কেৱল সেয়াই নহয়, দুই সন্তানৰ সন্মুখতে মহিলাগৰাকীৰ গাৰ ওপৰত এচিড ঢালি দিয়ে যুৱকজনে।

বৰ্তমান যুৱতীগৰাকী সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হৈ আছে। আনহাতে, অভিযুক্ত যুৱকজন পলাতক। এই মাৰাত্মক ঘটনা সংঘটিত হৈছে এইখন অসমতে।

Apply Now

আৰক্ষীৰ সূত্ৰ অনুসৰি যোৱা ২২ জানুৱাৰীত কাছাৰ জিলাৰ ধলাই আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলৰ বাসি ন্দা যুৱতীগৰাকীৰ ঘৰত প্ৰৱেশ কৰি চুবুৰীৰ এজন যুৱকে তেওঁক ধৰ্ষণ কৰে। তাৰ পিছত তেওঁৰ শৰীৰত এচিড ঢালি পলায়ন কৰে।

সেই সময়ত যুৱতীগৰাকীৰ দুটা সন্তানো ঘৰত উপস্থিত আছিল। যুৱকজনে তেওঁলোকৰ সন্মুখতে সংঘটিত কৰে এই ভয়াবহ ঘটনা। যুৱতীগৰাকীৰ স্বামী ঘৰত নথকাৰ সুবিধা লৈ যুৱকজনে এই অপৰাধ সংঘটিত কৰে। যুৱকজন পেচাত এগৰাকী ড্ৰাইভাৰ বুলি জানিব পৰা গৈছে।

কেইঘণ্টামান পিছত যুৱতীগৰাকীৰ স্বামী ঘৰলৈ উভতি আহি পত্নীক হাত ভৰি, মুখ বন্ধা অৱস্থাত অৰ্দ্ধ উলংগ হৈ মাটিত পৰি থকা দেখে। তেওঁৰ শৰীৰৰ একাধিক অংশ পুৰি গৈছে। তেওঁ দেখি বুজিব পাৰিছিল যে এচিডৰ দৰে কিবা ঢালি দিয়া হৈছে। লগে লগে ব্যক্তিজনে তেওঁক শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতাললৈ লৈ যায়। জানিব পৰা মতে এই মুহূৰ্তত যুৱতীগৰাকীৰ শাৰীৰিক অৱস্থা সংকটমুক্ত নহয়।

যুৱতীগৰাকীৰ স্বামীয়ে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে। আৰক্ষীয়ে পলাতক যুৱকজনক বিচাৰি অভিযান চলাইছে। অৱশ্যে মহিলাগৰাকীক প্ৰকৃততে ধৰ্ষণ কৰা হৈছে নে নাই সেই সন্দৰ্ভত আৰক্ষীৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে। তেওঁলোকে অনুমান কৰে যে তেওঁক প্ৰহাৰ কৰাৰ পিছত হয়তো তেওঁৰ ওপৰত এচিড ঢালি দিয়া হৈছিল। এতিয়া যুৱতীগৰাকীৰ মেডিকেল ৰিপৰ্টৰ বাবে অপেক্ষা কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ চেষ্টা চলাইছে যে যুৱকজনে কেৱল যৌন লালসাৰ বাবেই এই কাণ্ড সংঘটিত কৰিছে নে ইয়াৰ আঁৰত আন কিবা কাৰণ আছে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd