• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

“প্ৰপাগাণ্ডা বিশ্বাস নকৰিবা”- ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যমত বাতৰিৰ মাজতে যুদ্ধবিৰোধী প্লে’কাৰ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 15, 2022 4:10 pm
Russia-Ukraine war
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াৰ জনতাই নিবিচাৰে যুদ্ধৰ ভয়াৱহতা! ৰাষ্ট্ৰপতি পুটিনে যি যুদ্ধ আৰম্ভ কৰিছে, তাক সমৰ্থন নকৰে ৰাছিয়াৰ জনতাই! ইতিমধ্যে মস্কোকে ধৰি দেশখনৰ শীৰ্ষ চহৰসমূহত প্ৰতিবাদী জনতাই যুদ্ধবিৰোধী সমদল বাহিৰ কৰিছে। সমুখীন হৈছে আৰক্ষীৰ নিৰ্যাতনৰ।

তেনে সময়তে ৰাছিয়াৰ চৰকাৰী নিউজ চেনেলত সোমবাৰে দেখা গ’ল এটা অভিনৱ দৃশ্য। চেনেল ৱান নামৰ চেনেলটোত সোমবাৰে আবেলিৰ বাতৰি পৰিৱেশন কৰি থকা হৈছিল।

Apply Now

কিন্তু বাতৰি পৰিৱেশকগৰাকীৰ পাছফালে এখন ফেষ্টুন দেখা পোৱা গ’ল। ফেষ্টুনখনত ৰাছিয়ান ভাষাত লিখা আছে- “যুদ্ধ নালাগে, যুদ্ধখন বন্ধ কৰক, প্ৰপাগাণ্ডা বিশ্বাস নকৰিবা…’’।

যুদ্ধবিৰোধী শ্লোগান সম্বলিত ফেষ্টুনখন প্ৰদৰ্শন কৰে এগৰাকী মহিলাই। মাৰিনা অৱছ্যান্নিকভা নামৰ উক্ত মহিলাগৰাকী চৰকাৰী চেনেলটোৰ এগৰাকী সম্পাদক বুলি জানিব পৰা গৈছে।

ফেষ্টুনখনৰ উপৰিও তেওঁ যুদ্ধবিৰোধী শ্লোগানো দিয়ে। বৰ্তমান তেওঁ আৰক্ষীৰ জিম্মাত আছে বুলি জনা গৈছে।

 

Anti-war protester runs onto stage of one of Russia’s most-watched news programs, telling viewers: “Don’t believe the propaganda. You’re being lied to” pic.twitter.com/MLC1lH6Ejr

— BNO News (@BNONews) March 14, 2022

উক্ত যুদ্ধবিৰোধী প্ৰতিবাদটোৰ পূৰ্বে তেওঁ এটা ভিডিঅ’ ৰেকৰ্ড কৰিছিল। উক্ত ভিডিঅ’টোত তেওঁ ইউক্ৰেইন যুদ্ধক ৰাছিয়াৰ অপৰাধ বুলি অভিহিত কৰিছিল।

ইয়াৰ উপৰিও যুদ্ধৰ প্ৰপাগাণ্ডা প্ৰচাৰ কৰাৰ বাবে ৰাছিয়াৰ চৰকাৰী চেনেলটোত কাম কৰি লজ্জিত হোৱা বুলিও জনাইছে।

উল্লেখযোগ্য যে উক্ত চৰকাৰী নিউজ চেনেলটোৱে সম্পৰ্ণৰূপে ৰাষ্ট্ৰপতি পুটিনৰ প্ৰপাগাণ্ডা প্ৰচাৰ কৰি আহিছে। ইউক্ৰেইন যুদ্ধৰ ফলত ই অতি বেছি বৃদ্ধি পাইছে।

যুদ্ধৰ বিৰোধিতা কৰাৰ বাবেই পুটিনে বিশ্বৰ বহুকেইটা আগশাৰীৰ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যম ৰাছিয়াত নিষেধ কৰিছে।

তেনেস্থলত খোদ চৰকাৰী চেনেলটোৰেই এগৰাকী কৰ্মচাৰীয়ে এইদৰে যুদ্ধৰ প্ৰতিবাদ কৰাটোৱে ব্যাপক তাৎপৰ্য বহন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আজি নিশাই ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণ’, খাৰ্গ দ্বীপ দখল কৰাৰ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ

‘আজি নিশাই ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণ’, খাৰ্গ দ্বীপ দখল কৰাৰ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ

June 11, 2026 9:11 pm
১২ বছৰীয়া কিশোৰীৰ ছদ্মৱেশত ৩৭ বছৰীয়া মহিলা : ১৪ মাহ ধৰি সকলোকে প্ৰৱঞ্চনা কৰা ব্ৰাজিলৰ আচৰিত ঘটনা

১২ বছৰীয়া কিশোৰীৰ ছদ্মৱেশত ৩৭ বছৰীয়া মহিলা : ১৪ মাহ ধৰি সকলোকে প্ৰৱঞ্চনা কৰা ব্ৰাজিলৰ আচৰিত ঘটনা

June 11, 2026 9:07 pm
উত্তৰাধিকাৰ! ৰাষ্ট্ৰীয় দলৰ বাবে আমন্ত্ৰণ লাভ কৰিলে ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ অনভয়ে

উত্তৰাধিকাৰ! ৰাষ্ট্ৰীয় দলৰ বাবে আমন্ত্ৰণ লাভ কৰিলে ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ অনভয়ে

June 11, 2026 8:27 pm
পুনৰ পাকিস্তানী সেনাৰ বৰ্বৰতা! নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা; পাক অধিকৃত কাশ্মীৰত কমেও ১৬ জন নিহত

পুনৰ পাকিস্তানী সেনাৰ বৰ্বৰতা! নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা; পাক অধিকৃত কাশ্মীৰত কমেও ১৬ জন নিহত

June 11, 2026 7:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আজি নিশাই ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণ’, খাৰ্গ দ্বীপ দখল কৰাৰ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ

‘আজি নিশাই ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণ’, খাৰ্গ দ্বীপ দখল কৰাৰ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ

June 11, 2026 9:11 pm
১২ বছৰীয়া কিশোৰীৰ ছদ্মৱেশত ৩৭ বছৰীয়া মহিলা : ১৪ মাহ ধৰি সকলোকে প্ৰৱঞ্চনা কৰা ব্ৰাজিলৰ আচৰিত ঘটনা

১২ বছৰীয়া কিশোৰীৰ ছদ্মৱেশত ৩৭ বছৰীয়া মহিলা : ১৪ মাহ ধৰি সকলোকে প্ৰৱঞ্চনা কৰা ব্ৰাজিলৰ আচৰিত ঘটনা

June 11, 2026 9:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd