• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কি যে বিড়ম্বনা! বিলাসী হোটেলৰ ৫ লক্ষাধিক বিল পৰিশোধ নকৰাকৈ পলায়নৰ চেষ্টা মহিলাৰ, পৰিল ফান্দত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 19, 2024 8:23 pm
Woman Tries To Leave 5-Star Hotel
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতাৰণাৰ চেষ্টা চলাই দেশৰ ৰাজধানী অঞ্চল গ্ৰেপ্তাৰ হৈছে এগৰাকী মহিলা। মহিলাগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে এখন ৫ ষ্টাৰ বিলাসী হোটেলত ৫ লক্ষাধিক তকাৰ বিল পৰিশোধ নকৰাকৈ পলায়নৰ চেষ্টা কৰাৰ অভিযোগ।

প্ৰকাশিত খবৰ অনুসৰি দিল্লী বিমানবন্দৰৰ সমীপৰ বিলাসী হোটেলখনত দুসপ্তাহতকৈও অধিক সময় আছিল মহিলাগৰাকী। যোৱা ৩০ ডিচেম্বৰতে হোটেলখনত চেক ইন কৰিছিল তেওঁ। অন্ধ্ৰ প্ৰদেশৰ এই মহিলাগৰাকীৰ নাম ঝান্সি ৰাণী চেমুৱেল।

Apply Now

চেমুৱেলে হোটেলখনত ভুৱা পৰিচয় ব্যৱহাৰ কৰি আন আন সুবিধাৰ লগতে স্পাৰ সুবিধা পৰ্যন্ত ব্যৱহাৰ কৰিছিল। কেৱল স্পাৰ বাবেই তেওঁৰ নামত ২ লাখতকৈ অধিক টকাৰ বিল হৈছিল। নিজকে চিকিৎসক বুলি দাবী কৰি চেমুৱেলে তেওঁৰ স্বামীও চিকিৎসক আৰু নিউয়ৰ্কত থাকে বুলি উল্লেখ কৰিছিল।

হোটেলখনৰ মেনেজাৰৰ অভিযোগ অনুসৰি, চেমুৱেলে বেংকৰ ইউপিআই এপৰ সহায়ত তেওঁৰ একাউণ্টৰ পৰা ধন ট্ৰেন্সফাৰ কৰা বুলি দাবী কৰিছিল। কিন্তু তাৰ পিছতো হোটেলখনৰ বেংক একাউণ্টত কোনো ধৰণৰ পেমেণ্ট পোৱা নাই জানিব পৰা যায়।

কিন্তু হোটেল কৰ্তৃপক্ষৰ এই অভিযোগ নাকচ কৰি চেমুৱেলে প্ৰায় ৫,৮৮,১৭৬ টকাৰ লেনদেন কৰিছে বুলি দাবী কৰে। হোটেলৰ কৰ্মচাৰীসকলে তেওঁক বাৰে বাৰে বাধা আৰোপ কৰাৰ পিছতো চেমুৱেলে হোটেলৰ পৰা বেগ লৈ পলায়ন কৰিবলৈ চেষ্টা কৰিছিল।

ইয়াৰ পিছতে হোটেল কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। এই অভিযোগৰ আধাৰত আৰক্ষীয়ে চেমুৱেলক প্ৰথমে আটক কৰে যদিও পিছত তদন্তত সহযোগ নকৰাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰে বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিছে।

আৰক্ষী বিষয়াগৰাকীয়ে লগতে অভিযুক্ত চেমুৱেলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪১৯, ৪৬৮, আৰু ৪৭১ৰ অধীনত গোচৰ ৰুজৰ হোৱা বুলি জানিবলৈ দিয়ে। চেমুৱেলক বেংক ষ্টেটমেণ্ট দেখুৱাবলৈ কোৱাৰ পিছতো বেংক ষ্টেটমেণ্ট দাখিলত ব্যৰ্থ হোৱা বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে।

এজন বিষয়াই জানিবলৈ দিয়া মতে, চেমুৱেলে জেৰাৰ সময়ত সহযোগ কৰা নাছিল আৰু পৰস্পৰ বিৰোধী বক্তব্য দিছিল। এনে অৱস্থাত তেওঁৰ পূৰ্বৰ কোনো অপৰাধ সম্পৰ্কীয় গোচৰ আছে নেকি সেয়া নিশ্চিত কৰিবলৈ চেষ্টা কৰি আছে আৰক্ষীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd