• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আজৱ অভিলেখ! প্ৰায় ৩০ বছৰৰ মূৰত কটা হ’ল এগৰাকী মহিলাৰ ২৪ ফুট দৈৰ্ঘৰ হাতৰ নখ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 8, 2021 12:54 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ আটাইতকৈ দীঘল নখৰ মহিলাগৰাকী হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আয়ান্না উইলিয়ামছ।

গিনীজ ৰেকৰ্ডত তেওঁৰ নাম ইতিমধ্যে অন্তৰ্ভূক্ত হৈছে।

Apply Now

আমেৰিকা যুক্তৰাষ্ট্ৰৰ হ’ষ্টন চহৰৰ বাসিন্দা আয়ানা শেহতীয়াকৈ বাতৰিৰ শিৰোনামালৈ আহিছে প্ৰায় ৩০ বছৰৰ মূৰত তেওঁ হাতৰ নখসমূহ কাটি পেলোৱাৰ পাছতে।

গিনীজ বিশ্ব ৰেকৰ্ডৰ অফিচিয়েল সূত্ৰই এই কথা নিশ্চিত কৰিছে যে আয়ানাই তেওঁৰ ২৪ ফুট ০.৭ ইঞ্চিৰ দৈৰ্ঘৰ নখসমূহ কাটি পেলাইছে।

ইমান দৈৰ্ঘৰ নখসমূহ কাটি পেলোৱাটো সহজ নাছিল।

ইয়াৰ বাবে বৈদ্যুত্তিক সৰঞ্জাম ব্যৱহাৰ কৰা হৈছিল।

তেওঁ শেষবাৰৰ বাবে নখসমূহ কাটিছিল ৯০ দশকৰ প্ৰথমভাগত।

নখসমূহ কটাৰ অভিজ্ঞতাটো তেওঁ আৱেগিক আৰু তিক্তমধুৰ বুলি ব্যক্ত কৰে।

উল্লেখযোগ্য যে ২০১৭ চনত গিনীজ বিশ্ব ৰেকৰ্ডে আয়ান্নাক তেওঁৰ অভিলেখৰ বাবে মান্যতা প্ৰদান কৰিছিল আৰু ২০১৮ চনত গিনীজ বিশ্ব ৰেকৰ্জত অন্তৰ্ভূক্ত কৰিছিল।

অবিশ্বাস্য দৈৰ্ঘৰ নখসমূহ প্ৰতিপাল কৰিবলৈ তেওঁক দুটাকৈ নখ পলিছৰ বটল লাগিছিল আৰু সময় লাগিছিল ২০ ঘণ্টা।

অৱশ্যে তেওঁ দীঘল নখৰ বাবে কিছু দৈনন্দিন অসুবিধাৰো সম্মুখীন হৈছিল।

তাৰ ভিতৰত অন্যতম হৈছে খাদ্য খোৱা, কাপোৰ ধোৱা ইত্যাদি।

বৰ্তমান তেওঁৰ নখসমূহ সংৰক্ষণ কৰি ৰখা হ’ব ফ্লৰিডাৰ অৰলাণ্ড’স্থিত ৰিপ্লী (Ripley) নামৰ সংস্থাটোৰ ‘বিলীভ ইট অৰ নট মিউজিয়াম’ত (Believe It or Not! Museum)ত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আপোনালোক জেন-জি নহয়!’: চিজেপি নেতাৰ বয়সক লৈ আদালতৰ প্ৰশ্ন, মোদীৰ ছবি পোষ্ট কৰি ব্যংগ অভিজিৎ দিপকেৰ

‘আপোনালোক জেন-জি নহয়!’: চিজেপি নেতাৰ বয়সক লৈ আদালতৰ প্ৰশ্ন, মোদীৰ ছবি পোষ্ট কৰি ব্যংগ অভিজিৎ দিপকেৰ

October 21, 2026 7:36 pm
অসমত কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা ছয় আৰক্ষীক স্মৰণ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি

অসমত কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা ছয় আৰক্ষীক স্মৰণ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি

October 21, 2026 6:09 pm
মণিপুৰত পুনৰ উত্তেজনা : কামজঙৰ পৰিত্যক্ত কুকি গাঁৱত কেইবাটাও ঘৰত অগ্নিসংযোগ

মণিপুৰত পুনৰ উত্তেজনা : কামজঙৰ পৰিত্যক্ত কুকি গাঁৱত কেইবাটাও ঘৰত অগ্নিসংযোগ

October 21, 2026 5:10 pm
ষ্টেট বেংকৰ ৩,৮৯৭টা গ্ৰাহক-ৰেকৰ্ডৰ ব্যক্তিগত তথ্য ডাৰ্ক ৱেবত

ষ্টেট বেংকৰ ৩,৮৯৭টা গ্ৰাহক-ৰেকৰ্ডৰ ব্যক্তিগত তথ্য ডাৰ্ক ৱেবত

October 21, 2026 4:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আপোনালোক জেন-জি নহয়!’: চিজেপি নেতাৰ বয়সক লৈ আদালতৰ প্ৰশ্ন, মোদীৰ ছবি পোষ্ট কৰি ব্যংগ অভিজিৎ দিপকেৰ

‘আপোনালোক জেন-জি নহয়!’: চিজেপি নেতাৰ বয়সক লৈ আদালতৰ প্ৰশ্ন, মোদীৰ ছবি পোষ্ট কৰি ব্যংগ অভিজিৎ দিপকেৰ

October 21, 2026 7:36 pm
অসমত কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা ছয় আৰক্ষীক স্মৰণ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি

অসমত কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা ছয় আৰক্ষীক স্মৰণ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি

October 21, 2026 6:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd