• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিগবৈত ডেম’ ৰে’লৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু; মৃতদেহৰ ওপৰেৰে পুনৰ ৰে’ল চলাবলৈ দিয়া নিৰ্দেশৰ বিৰুদ্ধে প্ৰতিবাদ

NE NOW NEWS মানস প্ৰতিম গগৈ
ডিগবৈ , May 28, 2019 3:24 pm

2 min read

Screenshot_20190528_122912

ডিগবৈত ৰে'লৰ খুণ্ডাত মৃত্যু এগৰাকী মহিলাৰ

1.7k
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত ডিগবৈ চাৰিআলিত আজি পুৱা এখন ডেম’ ৰে’লৰ খুণ্ডাত এগৰাকী মহিলাৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷

আজি পুৱা প্ৰায় ১০.১৫ বজাত সংঘটিত হোৱা দুৰ্ঘটনাটোত মৃত্যু হোৱা মহিলা গৰাকী অনুপমা বৰুৱা (২৪) বুলি জানিব পৰা গৈছে। জানিব পৰা মতে ৰে’লৰ আলি পাৰ হ’বলৈ চেষ্টা কৰোতেই ডিব্ৰুগড়-লিডু ডেম’ ৰে’লৰ খুন্দাত মহিলাগৰাকীৰ মৃত্যু হয়।

ইফালে একাংশ লোকে জানিবলৈ দি কয় যে ৰে’লখন অহাৰ সময়ত মহিলা গৰাকীয়ে ফোনত কথা পাতি ৰে’ল আলি পাৰ হ’ব খুজিছিল আৰু তেতিয়াই উক্ত দুৰ্ঘটনাটো সংঘটিত হয়। ইফালে আন একাংশৰ মতে এয়া আত্মহত্যা।

এই পৰ্যন্ত মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা নাই যদিও মহিলা গৰাকীৰ মৃত্যুৰ পাছতেই মৃতদেহৰ ওপৰেদি আন এখন ৰে’ল পাৰ কৰাবলৈ বিচৰাত ঘটনাস্থলত উপস্থিত থকা লোকসকল উত্তেজিত হৈ পৰে আৰু উত্তেজিত জনতাই ডিগবৈ ষ্টেশ্যন মাষ্টৰৰ লগত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হোৱাৰ লগতে এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়৷

মৃতদেহৰ ওপৰেদি ট্ৰেইন চলাই নিবলৈ নিৰ্দেশ দিয়া কাৰ্যক ধিক্কাৰ জনোৱাৰ লগতে উত্তেজিত জনতাই ষ্টেশ্যন মাষ্টাৰ হায় হায়, ষ্টেশ্যন মাষ্টাৰ গ’ বেক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷ পাছত ডিগবৈ আৰক্ষীৰ এটা বৃহৎ দল ঘটনাস্থলত উপস্থিত হৈ পৰিবেশ নিয়ন্ত্ৰণ কৰে যদিও বৰ্তমানেও চেপা উত্তেজনাই অঞ্চলটোত বিৰাজ কৰি আছে৷

আনহাতে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

Recent News

লুইচ বাৰ্জাৰ, সাৰদা, ধনুকা প্ৰসংগ টানি হিমন্তক তুলাধুনা লুৰীণজ্যোতিৰ

লুইচ বাৰ্জাৰ, সাৰদা, ধনুকা প্ৰসংগ টানি হিমন্তক তুলাধুনা লুৰীণজ্যোতিৰ

বােকাখাতত ৰাষ্ট্ৰীয় ভােটাৰ দিৱস উদযাপন; বাটৰ নাট আৰু ফ্লেচ ম’ব ডাঞ্চৰ প্ৰদৰ্শন

বােকাখাতত ৰাষ্ট্ৰীয় ভােটাৰ দিৱস উদযাপন; বাটৰ নাট আৰু ফ্লেচ ম’ব ডাঞ্চৰ প্ৰদৰ্শন

ব্ৰাডাৰ্ছৰ উদ্যোগত মাজুলীত দীৰ্ঘম্যাদী ‘গ্ৰাম্য নিৰ্মাণ অভিযান’ৰ শুভাৰম্ভ

ব্ৰাডাৰ্ছৰ উদ্যোগত মাজুলীত দীৰ্ঘম্যাদী ‘গ্ৰাম্য নিৰ্মাণ অভিযান’ৰ শুভাৰম্ভ

মাৰ্চৰ পৰা বন্ধ হ’ব নেকি ৫, ১০ আৰু ১০০ টকীয়া নোট!, কি ক’লে ৰিজাৰ্ভ বেংকে?

মাৰ্চৰ পৰা বন্ধ হ’ব নেকি ৫, ১০ আৰু ১০০ টকীয়া নোট!, কি ক’লে ৰিজাৰ্ভ বেংকে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd