• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দহখন পঞ্চায়তৰ আত্মসহায়ক গোটৰ মহিলাই টীয়কত আৰম্ভ কৰিছে অসমী ভোগালী মেলা

NE NOW NEWS
টীয়ক , January 11, 2021 5:23 pm

1 min read

Teok
214
VIEWS
Share on FacebookShare on Twitter

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ডৰ অধীনত খণ্ড অভিযান পৰিচালনা শাখাৰ উদ্যোগত আজিৰে পৰা ১৩ জানুৱাৰীলৈকে তিনিদিনীয়াকৈ তৃতীয় বাৰ্ষিক অসমী ভোগালী মেলা টীয়ক নগৰৰ মাজমজিয়াত অনুস্থিত কৰা হৈছে।

এই মেলাত খণ্ডটোৰ অধীনস্থ দহখন পঞ্চায়তৰ সকলো আত্মসহায়ক গোটৰ মহিলাই অতি পৰিস্কাৰ পৰিচন্নতা অৱলম্বন কৰি ঘৰুৱাভাৱে তৈয়াৰ কৰা বিভিন্ন পিঠা, মুৰি, আখৈ,দৈ, ক্ৰীম,পনীৰ, লাড়ুৰ লগতে থলুৱা সাজপাৰ, কেঁচা জৈৱিক শাক-পাচলি কুকুৰা, হাঁহ আদি বিক্ৰীৰ বাবে উপলব্ধ কৰি তুলিছে।

উল্লেখযোগ্য যে উক্ত মেলাতে অস্থায়ীকৈ জুহাল সাজি পিঠা চুঙা চাউল আদি থলুৱা খাদ্য বিক্ৰী ও খোৱাৰ ব্যৱস্থাও কৰিছে।

খণ্ডটোৰ মহিলাসকলৰ এই কৰ্মমুখী কাৰ্যই গ্ৰাম্য অৰ্থনীতিত বাৰুকৈ তুৰাম্বিত কৰিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে।

আজি কলিয়াপানী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী পূণ্য কোচে খণ্ডটোৰ বিভিন্ন বিষয়ববীয়া তথা ৰাইজৰ উপস্থিতিত ফিটা কাটি মেলাখনৰ প্ৰৱেশদ্বাৰ উদ্বোধন কৰি এই মেলাই মহিলা সৱলীকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰিছে।

অনাগত দিনটো এইদৰে প্ৰতিগৰাকী মহিলাক ওলাই আহি স্ব-নিৰ্ভৰশীল হ’বলৈ আহ্বান জনায় সভানেত্ৰী পূণ্য কোচে।

Recent News

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd