• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিউ বঙাইগাঁৱত ৰে’লৰ ডবাতেই সন্তান প্ৰসৱ কৰিলে মহিলা যাত্ৰীয়ে

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
December 3, 2021 2:45 pm
243
VIEWS
Share on FacebookShare on Twitter

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ নিউ বঙাইগাঁও ৰে’লৱে জংচনত ৰে’লৰ ডবাৰ ভিতৰতে এগৰাকী মহিলাই সন্তান প্ৰসৱ কৰিছে ৷
তিনিচুকীয়াৰ পৰা নিউ দিল্লী অভিমুখী নামনিমুৱা ১৫৯০৯ নম্বৰৰ অৱধ আছাম এক্সপ্ৰেছৰ এচ – ২ ডবাৰ ভিতৰত ৰীণা কুমাৰী (২৬) নামৰ প্ৰসূতিয়ে প্ৰসৱ কৰে সন্তানটি ৷

উল্লেখ্য যে নামনিমুৱা অৱধ আছাম এক্সপ্ৰেছত তিনিচুকীয়াৰ পৰা বিহাৰৰ মুজাফফৰপুৰ লৈ গৈ আছিল মহিলা গৰাকী৷
কিন্তু ৰে’লৰ ডবাৰ ভিতৰত যাত্ৰা কৰি থকাৰ সময়তে মহিলা গৰাকীৰ প্ৰসৱ বেদনা ক্ৰমশ বৃদ্ধি পায়৷

স্পৰ্শকাতৰ বিষয়টো সম্পৰ্কত ৰে’ল বিভাগৰ লোক অৱগত হয় আৰু বিষয়টো লগে লগে নিউ বঙাইগাঁও ৰে’লৱে হাস্পতাল কৰ্তৃপক্ষক জনাই দিয়া হয় ৷

খবৰটো পোৱাৰ পিছতে নিউ বঙাইগাঁও ৰে’লৱে হাস্পতালৰ কৰ্তব্যৰত চিকিৎসক ডা:মোজাম্মিল হুছেইন আৰু নাৰ্ছিং ষ্টাফ গোপাল পাল ৰে’লখন আহি পোৱাৰ পূৰ্বৰে পৰা সাজু হৈ থাকে নিউ বঙাইগাঁও ৰে’ল জংচনত ৷

নিউ বঙাইগাঁও ৰে’লৱে হাস্পতালৰ কৰ্তব্যৰত চিকিৎসক ডা:মোজাম্মিলৰ হুছেইনৰ পৰা জানিব পৰা মতে প্ৰসৱ বেদনাত ছটফটাই থকা ৰীণা কুমাৰীক হাস্পতালত ভৰ্তি হ’বলৈ আহ্বান জনোৱা হৈছিল যদিও হাস্পতালত ভৰ্তি হ’বলৈ অস্বীকাৰ কৰে৷
পৰৱৰ্তী সময়ত চিকিৎসক আৰু নাৰ্ছিং ষ্টাফ সকলৰ প্ৰচেষ্টাত ৰে’লৰ ডবাৰ ভিতৰতে মহিলা গৰাকীৰ প্ৰসৱ কৰোৱাই সুস্থ মহিলা সন্তান জন্ম দিয়াবলৈ সক্ষম হয় ৷

স্মৰ্তব্য পৰৱৰ্তীকালত নিউ বঙাইগাঁও ৰে’লৱে হাস্পতালৰ পৰা প্ৰসূতি গৰাকীক অত্যৱশ্যকীয় ঔষধ পাতি যোগান ধৰি যাবলৈ দিয়ে ৷ ভাৰতীয় ৰে’লৱে বিভাগৰ লগতে কৰ্তব্যৰত চিকিৎসক আৰু নাৰ্ছিং কৰ্মচাৰী সকলৰ এনে প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰিছে যাত্ৰীসকলে ৷

Recent News

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd