DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

মৃত্যুৱেই একমাত্ৰ পথ: ভূমি দখলৰ বিৰুদ্ধে ডিঙিত ফাঁচ লগাই অভিনৱ প্ৰতিবাদ জনজাতীয় মহিলাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 9, 2022 8:41 pm
Andhra Women Protest With Noose Around Neck

অভিনৱ প্ৰতিবাদ

177
VIEWS
Share on FacebookShare on Twitter

ব্যক্তিগত মালিকানাধীন কোম্পানীৰ অবৈধ ভূমি দখলৰ বিৰুদ্ধে ডিঙিত ফাঁচ লগাই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে অন্ধ্ৰ প্ৰদেশৰ এটা অঞ্চলৰ স্থানীয় জনজাতীয় মহিলাই।

ৰাজ্যখনৰ উৰাভাকোণ্ডা চহৰৰ স্থানীয় বাসিন্দাসকলে দীৰ্ঘদিনে ব্যৱহাৰ কৰি অহা কৃষি ভূমি এক প্ৰতিষ্ঠানে অবৈধভাৱে দখল কৰিবলৈ চেষ্টা কৰাৰ পিছত এই পথ ল’বলৈ বাধ্য হয় স্থানীয় মহিলা সকলে।

তেওঁলোকে কয়, “যদি আপোনালোকে এই কৃষিভূমিৰ কাজু বাগিছা উচ্ছেদ কৰে, তেতিয়াহ’লে আমাৰ ওচৰত মৃত্যুক আঁকোৱালি লোৱাৰ বাহিৰে কোনো বিকল্প নাই। আমাৰ জীৱিকা এই খেতিৰ ওপৰতে নিৰ্ভৰ কৰে।”

মহিলাসকলে অভিযোগ কৰিছে যে তেওঁলোকে খেতি কৰা মাটিখিনি বলপূৰ্বক কাঢ়ি লোৱা হৈছে আৰু গ্ৰেনাইট খনন কোম্পানীক আৱণ্টন কৰা হৈছে।

প্ৰতিবাদী মহিলা সকলে অভিযোগ কৰে যে তেওঁলোকে গ্ৰেনাইট কোম্পানীৰ পৰা কোনো ধন লোৱা নাই। কিছুমান মানুহে অবৈধভাৱে ধনৰ বিনিময়ত আমাৰ মাটি বোৰ হস্তান্তৰ কৰিছে।

“আমাৰ ওচৰত ভূমিৰ মালিকীস্বত্বৰ কোনো নথি-পত্ৰ নাই। চৰকাৰে আমাক এই ভূমিত খেতি কৰিবলৈ অনুমতি দিছিল। কিন্তু এতিয়া তেওঁলোকে কৃষিভূমিৰ শস্য উচ্ছেদ কৰিবলৈ জেচিবি আনিছে।”‐ তেওঁলোকে লগতে কয়।

“মুদুগুলা মণ্ডল ৰাজহ বিষয়াই আমাৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছে আৰু আমাৰ বাগিচাৰ মাজেৰে ৰাস্তা নিৰ্মাণৰ চেষ্টা কৰি থকা খনি কোম্পানীটোক বাধা দিয়াৰ বাবে আমাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। আমি বিচাৰো যে যুটীয়া সংগ্ৰাহকে এটা তদন্ত কৰক।”- প্ৰতিবাদৰ নেতৃত্ব বহন কৰা এগৰাকী মহিলাই কয়।

আনহাতে স্থানীয় বাসিন্দাসকলৰ এনে প্ৰতিবাদৰ পাছতো গা লৰা নাই চৰকাৰৰ। এই পৰ্যন্ত এই বিষয়ত কোনো মন্তব্যৰ পৰা বিৰত আছে চৰকাৰী বিষয়াসকল।

স্থানীয় জনজাতীয় বাসিন্দাসকলে তেওঁলোকৰ নায্য দাবীত সোমবাৰে বিশাখাপত্তনমৰ যুটীয়া সংগ্ৰাহকৰ কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে।

Recent News

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd