• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত ধৰ্ষণকাৰীৰ বিৰুদ্ধে মহিলাৰ ধৰ্ণা

উত্তম শইকীয়া by উত্তম শইকীয়া
October 14, 2020 6:19 pm
Women protest against rapists in Bokakhat
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত সংঘটিত ধাৰাবাহিক ধৰ্ষণৰ কাৰ্যৰ গৰিহনা দি ধৰ্ষণকাৰীৰ তাৎক্ষণিক শাস্তি দিয়াৰ দাবীত আজি বোকাখাতৰ কুৰুৱাবাহীৰ ভালেকেইটা মহিলা সংগঠনৰ প্ৰতিনিধিয়ে ৰজাবাৰীৰ ৩৭নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত ধৰ্ণা কাৰ্যসূচী পালন কৰে।

ক’ভিড১৯ সংক্ৰমণ প্ৰতিৰোধৰ সকলো নীতি মানি, সীমিত সংখ্যক মহিলা প্ৰতিনিধিয়ে হাতে হাতে প’ষ্টাৰ লৈ ধৰ্ষণকাৰীৰ ক্ষেত্ৰত চৰকাৰে লোৱা শিথিল নীতিক তীব্র সমালোচনা কৰে।

Apply Now

তাৎপৰ্যপূৰ্ণ ভাৱে “ৰাম ৰাজ্য নেলাগে, সীতাৰ সতীত্বক সন্মান জনোৱা লংকাকে দিয়ক” ধৰণৰ ব্যতিক্রমী পোষ্টাৰেৰে সকলোকে আকৰ্ষিত কৰে প্ৰতিবাদী মহিলা সকলে।

মহিলা সকলৰ সৈতে কমিউনিষ্ট নেতা বলো বৰা, ভাৰতীয় জাতীয় কংগ্ৰেছৰ জিতু শইকীয়াৰ লগতে হীৰা গগৈয়েও সহযোগিতা আগবঢ়ায়।

প্ৰতিবাদী দলটোৰ নেতৃত্ব দিয়ে মমতা শইকীয়া গগৈয়ে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাছিঘাটৰ পাছত এইবাৰ উজনি সোৱণশিৰি: বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠিল অৰুণাচল

পাছিঘাটৰ পাছত এইবাৰ উজনি সোৱণশিৰি: বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠিল অৰুণাচল

October 26, 2026 5:10 pm
পেট্ৰ’লৰ সলনি এতিয়াৰে পৰা ১০০ শতাংশ ইথানলৰেও চলিব গাড়ী! মটৰ বাহন নিয়মাৱলীত কেন্দ্ৰৰ ঐতিহাসিক সংশোধন

পেট্ৰ’লৰ সলনি এতিয়াৰে পৰা ১০০ শতাংশ ইথানলৰেও চলিব গাড়ী! মটৰ বাহন নিয়মাৱলীত কেন্দ্ৰৰ ঐতিহাসিক সংশোধন

October 26, 2026 3:33 pm
চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

October 26, 2026 2:43 pm
বিশ্বজুৰি আৰম্ভ হৈছে নতুন ধাৰা? ছাত্ৰ আন্দোলনৰ পৰিণতিত আৰু এখন দেশৰ নিৰ্বাচনত পৰাস্ত ৰাষ্ট্ৰপতি

বিশ্বজুৰি আৰম্ভ হৈছে নতুন ধাৰা? ছাত্ৰ আন্দোলনৰ পৰিণতিত আৰু এখন দেশৰ নিৰ্বাচনত পৰাস্ত ৰাষ্ট্ৰপতি

October 26, 2026 12:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাছিঘাটৰ পাছত এইবাৰ উজনি সোৱণশিৰি: বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠিল অৰুণাচল

পাছিঘাটৰ পাছত এইবাৰ উজনি সোৱণশিৰি: বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠিল অৰুণাচল

October 26, 2026 5:10 pm
পেট্ৰ’লৰ সলনি এতিয়াৰে পৰা ১০০ শতাংশ ইথানলৰেও চলিব গাড়ী! মটৰ বাহন নিয়মাৱলীত কেন্দ্ৰৰ ঐতিহাসিক সংশোধন

পেট্ৰ’লৰ সলনি এতিয়াৰে পৰা ১০০ শতাংশ ইথানলৰেও চলিব গাড়ী! মটৰ বাহন নিয়মাৱলীত কেন্দ্ৰৰ ঐতিহাসিক সংশোধন

October 26, 2026 3:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd