DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিশা বাক্সাৰ তামুলপুৰত গুলিবিদ্ধ নাৰী অপহৰণকাৰী; আহত অভিযুক্তক জিএমচিএইচত ভৰ্তি

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
July 10, 2021 12:22 pm
police shoot women trafficker

ফটো: নৰ্থইষ্ট নাও।

322
VIEWS
Share on FacebookShare on Twitter

বাক্সাৰ তামুলপুৰত আৰক্ষীয়ে গুলিয়ালে নাৰী অপহৰণকাৰী তথা নাৰী ব্যৱসায়ী জেহিৰুল ইছলাম নামৰ লোকজনক।

প্ৰেমৰ চলনাৰে শিশু সহ মহিলাক অপহৰণ কৰি বিক্ৰী কৰিছিল বিহাৰৰ কিষাণগঞ্জ জিলাৰ প্ৰেমনগৰৰ নিষিদ্ধ এলেকাত।

বৃহস্পতিবাৰে তামুলপুৰৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল জেহিৰুলক।

জেহিৰুলৰ ঘৰ ধুবুৰীৰ দক্ষিণ শালমাৰা অঞ্চলত।

শুকুৰবাৰে সন্ধিয়া অপহৃত মাতৃ কন্যাক উদ্ধাৰ কৰি তেওঁলোকৰ লগতে  অপহৰণকাৰীক লগত লৈ আৰক্ষী উপস্থিত হৈছিল তামুলপুৰত।

নিশা অপহৰণকাৰী জেহিৰুলক লগত লৈ শিশু কন্যা সহ মহিলা গৰাকীক  অপহৰণ কৰি নিয়া ঠাই খিনি চিনাক্ত কৰিবলৈ লৈ গৈছিল ৰামেচুবুৰী গাঁওলৈ।

আৰক্ষীয়ে তদন্তৰ বাবে ৰামেচুবৰী গাঁওলৈ লৈ যোৱা অৱস্থাত আন্ধাৰৰ সুযোগ লৈ আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়ন কৰিবলৈ চেষ্টা কৰিছিল জেহিৰুলে।

তেতিয়া আৰক্ষীয়ে জেহিৰুললৈ লক্ষ্য কৰি গুলি চালনা কৰে। জেহিৰুলৰ ভৰিত গুলি লাগি আহত হয়।

ভৰিত গুলি লগা জেহিৰুলক সংকটজনক অৱস্থাত নিশা  GMCH ত ভৰ্তি কৰায় তামুলপুৰ আৰক্ষীয়ে।

Recent News

China covid

ক’ভিদ সন্ত্ৰাস: চীনক দক্ষিণ কোৰিয়াৰ মোক্ষম আঘাত!

Lakhimpur Kheri case

কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰ

African cheetahs to India

দেশত পুনৰ চিতাৰ বংশ বিস্তাৰৰ লক্ষ্য: ফেব্ৰুৱাৰীত দেশলৈ পুনৰ ১২ টা চিতা

india to overtake china in population

এছিয়াৰ ছুপাৰ পাৱাৰ ৰঙা চীনক পিছ পেলাব ভাৰতে! ২০২৩ বৰ্ষতে চীনক অতিক্ৰমি শীৰ্ষলৈ ভাৰত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd