• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

সন্তান প্ৰসৱৰ পিছত হ্ৰাস পাই মহিলাৰ যৌন ইচ্ছা! প্ৰসৱৰ পিছত কি কি পৰিবৰ্তনে দেখা দিয়ে শৰীৰত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 20, 2023 8:19 am
sex
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৰ্ভাৱস্থা হৈছে প্ৰতিগৰাকী মহিলাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। গৰ্ভধাৰণৰ পৰা আৰম্ভ কৰি সন্তান জন্ম দিয়ালৈকে প্ৰতিটো মুহূৰ্ত এগৰাকী মহিলাৰ বাবে অতি প্ৰত্যাহ্বানজনক।

গৰ্ভাৱস্থাৰ পিছত প্ৰতিগৰাকী মহিলাৰ শৰীৰত হৰম’নৰ পৰিৱৰ্তন ঘটে যদিও তেওঁলোকৰ জীৱনতো আন বহুতো পৰিৱৰ্তন ঘটে। গৰ্ভত যি আছে তাৰ লাভ-লোকচানৰ কথা মনত ৰাখিহে এগৰাকী মাতৃয়ে প্ৰতিটো খোজ আগবঢ়ায়।

Apply Now

কিন্তু কেৱল গৰ্ভাৱস্থাতেই নহয়, প্ৰসৱৰ পিছতো নাৰীৰ জীৱনত এনে বহু পৰিবৰ্তন ঘটে যাৰ প্ৰতি আমি বিশেষ গুৰুত্ব নিদিওঁ। আজি এই লেখাটোত আমি প্ৰসৱৰ পিছত দেখা দিয়া কিছু শাৰীৰিক পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰিম।

১) স্তনৰ আকাৰৰ পৰিৱৰ্তন

আমি সকলোৱে জানো যে স্তনপান কৰিলে মহিলাৰ স্তনৰ আকাৰ বৃদ্ধি পায়। কিন্তু শিশুৱে স্তনপান বন্ধ কৰাৰ পিছত স্তনৰ আকৌ আকাৰ কমি যায়।

২) ভৰিৰ আকৃতিৰ পৰিৱৰ্তন

গৰ্ভাৱস্থাত মহিলাৰ শৰীৰত বহু পৰিৱৰ্তন ঘটে, যাৰ বাবে কিছুমান সমস্যাও দেখা দিয়ে। গৰ্ভাৱস্থাত বহু মহিলাৰ ভৰি ফুলি উঠে যদিও প্ৰসৱৰ পিছত ভৰিৰ আকৃতি সলনি হ’ব পাৰে। খবৰ অনুসৰি গৰ্ভাৱস্থাত অতিৰিক্ত ওজন থকা মহিলাসকলে ২০-২৫ কিলোগ্ৰাম পৰ্যন্ত ওজন বৃদ্ধি পায়, আৰু এই ওজন ভৰিৰ ওপৰত পৰে, যাৰ ফলত ভৰিৰ আকাৰ বৃদ্ধি হ’ব পাৰে। শৰীৰৰ হৰম’নৰ পৰিৱৰ্তনৰ ফলতো এই সমস্যাৰ সৃষ্টি হ’ব পাৰে।

৩) পেটৰ আকাৰ

বহুতে ভাবে যে সন্তান জন্ম দিয়াৰ লগে লগেই পেটটো আগৰ আকৃতিলৈ ঘূৰি যায়, কিন্তু এইটো সঁচা নহয়। পেটটো স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ ৬-৮ সপ্তাহলৈকে সময় লাগিব পাৰে।

৪) যৌন ইচ্ছা কমি যোৱা

মহিলাৰ যৌন ইচ্ছা গৰ্ভাৱস্থাৰ পিছত হ্ৰাস পোৱাৰ সম্ভাৱনা থাকে। এক প্ৰতিবেদন অনুসৰি প্ৰসৱৰ পিছত মহিলাসকলে পুনৰ যৌন ইচ্ছা অনুভৱ কৰিবলৈ এবছৰ পৰ্যন্ত সময় লাগিব পাৰে। দৰাচলতে গৰ্ভাৱস্থাত মহিলাৰ ইষ্ট্ৰজেনৰ মাত্ৰা বৃদ্ধি পায় আৰু প্ৰসৱৰ পিছত দ্ৰুতগতিত হ্ৰাস পায়, যাৰ ফলত যৌন ইচ্ছাৰ অভাৱ হয়।

৫) চুলি সৰা

প্ৰসৱৰ পিছত চুলি সৰাটো অতি স্বাভাৱিক। গৰ্ভাৱস্থাত ইষ্ট্ৰজেনৰ মাত্ৰা বৃদ্ধিৰ ফলত চুলি সৰা নসৰে যদিও প্ৰসৱৰ পিছত চুলি সৰিবলৈ আৰম্ভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd