• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষকৰ দাবী পূৰণ নোহোৱালৈকে চৰকাৰক শান্তিত থাকিবলৈ দিয়া নহ’ব : কৃষক নেতা ৰাকেশ টিকাইত

সমগ্ৰ দেশজুৰি কৃষক আন্দোলন গঢ়ি তোলাৰ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2021 5:07 pm
282
VIEWS
Share on FacebookShare on Twitter

“কৃষকসকলে নিজৰ দাবীসমূহ পূৰণ নোহোৱালৈকে চৰকাৰক শান্তিত থাকিব নিদিয়ে’’- ভাৰতীয় কিশান ইউনিয়ন (বিকেইউ-ৰ নেতা ৰাকেশ টিকাইতে দেওবাৰে এইদৰে কয়।

হাৰিয়ানাৰ ইন্দ্ৰি শস্য বজাৰত কৃষকসকলৰ এখন মহাপঞ্চায়তত অংশ লৈ টিকাইটে কয় যে তেওঁলোকৰ ৪০ জন নেতাই কেন্দ্ৰৰ কৃষক আইনৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টি কৰি আহিছ।

তদুপৰি তেওঁলোকে আন্দোলনটোক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশ ভ্ৰমণ কৰিব।

তেওঁ কয় যে যেতিয়ালৈকে চৰকাৰে কৃষকসকলৰ পক্ষ নলয় আৰু দাবীসমূহৰ স’তে মান্তি নহয়, তেতিয়ালৈকে চৰকাৰক শান্তিৰে বহি থাকিব নিদিয়ে।

তদুপৰি টিকাইতে কয় যে ৰাজহুৱা বিতৰণ ব্যৱস্থাটোক কৃষি আইনকেইখনে ধ্বংস কৰাৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ী, দৈনিক কৰ্মীসকলেও লোকচানৰ সম্নুখীন হ’ব।

চৰকাৰে বৃহৎ কৰ্পোৰেটগোষ্ঠীৰ বাবে কাম কৰি আছে বুলি অভিযোগ কৰি টিকাইতে কয় যে এই দেশত ক্ষুধাক লৈ ব্যৱসায় কৰিবলৈ দিয়া নহ’ব।

উল্লেখযোগ্য যে উত্তৰপ্ৰদেশৰ কৃষক নেতা ৰাকেশ টিকাইতে দিল্লীৰ গাজিপুৰ ব’ৰ্ডাৰত যোৱা দুমাহৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে অবিৰত প্ৰতিবাদ কৰি আহিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd