• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৰিগাঁৱত বিশ্ব দিব্যাংগ দিৱস পালন

NE NOW NEWS চানু গগৈ
মৰিগাঁও , December 3, 2020 8:45 pm

2 min read

মৰিগাঁৱত বিশ্ব দিব্যাংগ দিৱস পালন
6k
VIEWS
Share on FacebookShare on Twitter

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত, মৰিগাঁও জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা দিব্যাংগ সন্থাৰ সহযোগত আজি মৰিগাঁৱত বিশ্ব দিব্যাংগ দিৱস পালন কৰা হয় ।

জিলা দিব্যাংগ সন্থাৰ মৰিগাঁও চহৰৰ সোণাৰিগাঁৱস্থিত কাৰ্যালয়ত অনুষ্ঠিত এই বিশ্ব দিব্যাংগ দিৱসৰ লগত সংগতি ৰাখি এখন মুকলি সভা অনুষ্ঠিত কৰা হয় ।

মৰিগাঁও জিলা দিব্যাংগ সন্থাৰ সভাপতি লীলাধৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এই মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: ৰোহিনী কুমাৰ বৰকটকীয়ে দিব্যাংগ সকলৰ কল্যাণৰ হকে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি সমূহৰ ওপৰত বিস্তৃত ভাবে আলোকপাত কৰে ।

সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে মৰিগাঁও জিলা সাংবাদিক সংন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি জাকিৰ হুছেইনে।

সভাত ভাষণ প্ৰদান কৰি দিব্যাংগ সকলৰ বাবে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি এই সকলক স্বাবলম্বলৰ পথ মুকলি কৰি দিয়াৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনায় ।

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মৰিগাঁও জিলা সমাজ কল্যাণ বিষয়া দেৱজিৎ বৰা, সহকাৰী বিষয়া সত্যেন্দ্ৰ কোঁৱৰ, বিশিষ্ট সমাজ সেৱাৰ বিকি জৈন আৰু অনুৰাগ শৰ্মায়ো ভাষণ প্ৰদান কৰে।

সভাত পংকী ডেকা, মিনতি পাতৰ, দীপ্তি পাতৰ, কবিতা মেধি আৰু জয়মতী দাস আদি শিল্পী সকলে কবিতা আবৃত্তি আৰু গীত আদি পৰিবেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে ।

আনহাতে, অনুষ্ঠানত বিমল মেধি আৰু অনুৰাগ শৰ্মা নেতৃত্বাধীন এটি এন জি অ’ই সকলোৰে মাজত বিনামূলীয়াকৈ চাহ যোগান ধৰে।

ইপিনে, বিশ্ব দিব্যাংগ দিৱসৰ পুৱা সন্থাৰ কাৰ্যালয় প্ৰাংগনত বন্তি প্ৰজ্বলন কৰে জিলা দিব্যাংগ সন্থাৰ যুটীয়া সম্পাদক যাদৱ লাহনে লগতে পতাকা উত্তোলন কৰে সন্থাৰ উপ-সভাপতি ম: তাহিৰ উদ্দিনে ।

Recent News

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd