• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস উদযাপন; অৱসৰ প্ৰাপ্ত আৰু কৰ্মৰত হাতী মাউট আৰু ঘাঁচিক সম্বৰ্ধনা

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
August 12, 2022 2:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ লগতে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বিশ্ব হস্তী দিৱস উদযাপন কৰা হয়৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিভিন্ন প্ৰকৃতি সংগঠনৰ সহযোগত কহঁৰাৰ মিহিমুখত পুৱাতে বিভাগীয় হাতীৰ স্নান আাৰু গণেশ পূজাৰে হস্তী দিৱসৰ কাৰ্যসুচী আৰম্ভ কৰা হয়৷ 

গনেশ পূজাৰ প্ৰসাদ বিতৰণৰ পিচতেই হস্তী দিৱসৰ আমন্ত্ৰিত অতিথি সকলে বিভাগীয় হাতীক খাদ্য প্ৰদান কৰে ৷ এই কাৰ্যসুচীত বন বিষয়া প্ৰয়াত টংকেশ্বৰ মহন্তৰ পৰিয়ালৰ তৰফৰ পৰাও বিভাগীয় হাতীৰ বাবে খাদ্য আগবঢ়ায় ৷ ইয়াৰ লগে লগে বিভাগীয় প্ৰতিটো হাতীৰ স্বাস্থ্যও পৰীক্ষা কৰা হয় ৷

লগতে পঢ়ক: Raju Srivastava: মুখত হাঁহি বিৰিঙাবলৈ আইচিইউত ব্যস্ত চিকিৎসক! কেনে আছে ৰাজু শ্ৰীবাস্তৱ?

Apply Now

পৰৱৰ্তী সময়ত অনুষ্ঠিত হোৱা হস্তী দিৱসৰ মূল কাৰ্যসুচীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালক যতীন্দ্ৰ শৰ্মা, বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথ, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, কাজিৰঙাৰ জেষ্ঠ সাংবাদিক নীলপদ্ম শৰ্মা, বন বিভাগৰ পশু চিকিৎসক ডা৹ কৰুণাকান্ত ডেকা, জেষ্ঠ পশু চিকিৎসক ডা৹ চামচুল আলী, জেষ্ঠ সাংবাদিক স্বপন নাথ, জীপ চাফাৰী সন্থাৰ সভাপতি তুলসী বৰদলৈ, হুকুমা বিল প্ৰতিৰক্ষা আৰু উন্নয়ন সমিতিৰ সভাপতি কমল গগৈৰ লগতে সহকাৰী বন সংৰক্ষক, বনাঞ্চলিক বিষয়া সকলৰ লগতে বিভাগীয় হাতী মাউট সকলেও অংশ গ্ৰহণ কৰে ৷

এই অনুষ্ঠানতে কাজিৰঙাৰ পৰা অৱসৰ গ্ৰহণ কৰা ১১ গৰাকী হাতীৰ মাউট আৰু ৯৫ গৰাকী কৰ্মৰত হাতীৰ মাউট আৰু ঘাঁচিক উদ্যান কৰ্তৃপক্ষৰ ফালৰ পৰা সম্বৰ্ধনা আৰু পাৰিতোষিক প্ৰদান কৰা হয় ৷

ইয়াৰ পিছতেই হাতীৰ মাউটৰে সৈতে মতবিনিময় শীৰ্ষক এক মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত হয় ৷ অনুষ্ঠানটো গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাৰ লগকে পশু চিকিৎসক ডা৹ কৰুণাকান্ত ডেকা আৰু ডা৹ চামচুল আলীয়ে আঁত ধৰি হাতী মাউটৰে সৈতে মত বিনিময় কৰে ৷

লগতে পঢ়ক: Allu Arjun: দৈনিক ১০ কোটি টকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে আল্লু অৰ্জুনে; কাৰণটো কি জানেনে?

শেষত কহঁৰাৰ শতবৰ্ষ সমাৰোহ কেন্দ্ৰত আয়োজিত ক’ভিড ১৯ ৰ বুষ্টাৰ প্ৰতিষেধক প্ৰদান অনুষ্ঠানেৰে কাজিৰঙাৰ বিশ্ব হস্তী দিৱসৰ সামৰণী মৰা হয় ৷

উত্তম শইকীয়া, বোকাখাত

উত্তম শইকীয়া, বোকাখাত

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd