• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

শিৱৰাত্ৰিৰ সময়ত জানক বিশ্বৰ ভিতৰত উচ্চতম শিৱমূৰ্তিৰ নিৰ্মাণ হৈ আছে ক’ত ?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 22, 2020 1:01 pm

1 min read

Shiv

শিৱমূৰ্তি

6.4k
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ উচ্চতম প্ৰতিমূৰ্তি ‘ষ্ট্যেচু অব য়ুনিটি’ৰ পাছত এইবাৰ সৰ্বোচ্চ শিৱমূৰ্তি নিৰ্মাণ কৰি থকা গৈছে ভাৰতত।

আগন্তুক আগষ্ট মাহৰ ভিতৰতে ৰাজস্থানৰ নাথদোয়াৰা অঞ্চলত নিৰ্মাণ কৰি থকা বিশ্বৰ উচ্চতম শিৱমূৰ্তিটো ভক্তসকলৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া হ’ব।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, মিৰাজ নামৰ এটা প্ৰতিষ্ঠানক ৩৫১ ফুট উচ্চতাৰ শিৱমূৰ্তি তৈয়াৰ কৰাৰ দায়িত্ব দিয়া হৈছে।

প্ৰতিষ্ঠানটোৱে ইতিমধ্যে শিৱমূৰ্তি নিৰ্মাণৰ প্ৰায়ভাগ কাম সমাপ্ত কৰিছে আৰু আগষ্ট মাহলৈ ইয়াৰ নিৰ্মাণকাৰ্য্য সম্পূৰ্ণ হৈ উঠিব।

মিৰাজ প্ৰতিষ্ঠানৰ এগৰাকী বিষয়াই জনোৱা মতে, শিৱমূৰ্তিটোৰ উপৰিভাগত উচ্চমানৰ তামৰ প্ৰলেপ দিয়া হ’ব।

আৰু শিৱমূৰ্তিটো দস্তাৰে তৈয়াৰ কৰা এটা বেদীৰ ওপৰত স্থাপন কৰা হ’ব।

এই ৩৫১ ফুট উচ্চতাৰ শিৱমূৰ্তিটো দৰ্শনৰ বাবে ইয়াৰ ওচৰত তিনিটা গ্যালাৰিয়ো নিৰ্মাণ কৰা হ’ব।

বিশ্বৰ ভিতৰত সুউচ্চ শিৱমূৰ্তিটোৰ সন্মুখত ৩৭ ফুট ওখ আৰু ২৫ ফুট দীঘল এটা নন্দীৰ মূৰ্তি নিৰ্মাণ কৰি থকা হৈছে।

২০১৩ চনত নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰা শিৱমূৰ্তিটোৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হৈ উঠিলে ষ্ট্যেচু অব য়ুনিটি, চীনৰ স্প্ৰিং টেম্পল বুদ্ধ আৰু জাপানৰ উচিকু দইবুতচুৰ পাছতে উচ্চতাৰ ফালৰ পৰা ৰাজস্থানৰ শিৱমূৰ্তিটোৱে চতুৰ্থ স্থান অধিকাৰ কৰিব।

Recent News

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd