• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বক চমকিত কৰি আকাশত উৰিল চাৰি চকাৰ গাড়ী! ক’ত এই ঘটনা?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 19, 2021 8:23 am

2 min read

WhatsApp Image 2021-02-18 at 6.57.54 PM
373
VIEWS
Share on FacebookShare on Twitter

আকাশত চাং পতা কথা বুলি ক’লে আমি যি বুজো দৰাচলতে দেখাত তেনেধৰণৰ ঘটনাই এইটো। কিন্তু এই ঘটনা বাস্তৱ। মেজিক নহয়, বিশ্বত ইতিহাস সৃষ্টি কৰি এইবাৰ প্ৰকৃততেই চাৰি চকাৰ গাড়ী উৰিল আকাশত।

আমেৰিকাৰ ফেডাৰেল অসামৰিক বিমান পৰিবহনে এই বিষয়টো নিশ্চিত কৰিছে।

ভূপৃষ্ঠৰ পৰা ১০ হাজাৰ ফুট উচ্চতাত উৰিছে এই মনমোহা গাড়ী। Terrafugia Transition য়ে নিৰ্মাণ কৰিছে এই গাড়ীখন।

গাড়ীখনে পথত যিদৰে গতি ল’ব পাৰে সেইদৰে আকাশতো চলিব পাৰে। সংস্থাটোৰ আৰু এনে গাড়ী চলোৱাৰ পৰিকল্পনা আছে।

Terrafugia Transition য়ে জানিবলৈ দিয়ে যে তেওঁলোকে আৱিষ্কাৰ কৰা এই গাড়ীখনে পথত সৰ্বাধিক ১৬০ কিলোমিটাৰ বেগত দৌৰিব পাৰে।

আমেৰিকাৰ বিমান পৰিবহনে এই গাড়ীখনক ‘স্পেচিয়েল লাইট স্প’ৰ্টছ এয়াৰক্ৰাফট’ হিচাপে অনুমোদন দিছে।

সম্প্ৰতি এই বাহনখনক লৈ প্ৰশিক্ষণ চলি আছে। বহু পাইলটে হাতে-কামে বিষয়টো বুজি লোৱাৰ চেষ্টা চলাইছে। বাহনখন পথত কিদৰে চলিব সেই বিষয়ে সকলো দিশ অহা এবছৰৰ ভিতৰত ঠিক কৰা হ’ব। চালকসকলে বিচাৰিলে এক মিনিটৰ ভিতৰতে গাড়ীখন বিমানলৈ সলনি কৰিব পাৰিব।

আনহাতে, এই ‘উৰণীয়া গাড়ী’খন অৱশ্যে সৰু বিমানবন্দৰ বা ৰাষ্ট্ৰীয় ঘাইপথতো অৱতৰণ কৰিব পাৰিব। হাইব্ৰীড ইলেকট্ৰিক মটৰ ব্যৱহৃত গাড়ীখনত প্ৰিমিয়াম পেট্ৰ’ল তথা বিমানৰ ইন্ধন ব্যৱহাৰ কৰা হৈছে।

বাতৰি অনুসৰি, ২০২২চনৰ ভিতৰতে এই বিমান-গাড়ীখনৰ চূড়ান্ত কামকাজ সম্পূৰ্ণ হ’ব। এই বাহনখন চলাবলৈ চালকৰ অনুজ্ঞাপত্ৰৰ লগতে স্পৰ্টছ পাইলট চাৰ্টিফিকেটৰ প্ৰয়োজন হ’ব। বাহনখনত অৱশ্যে বহাৰ বাবে দুখন আসন থাকিব।

Recent News

a bodo

বি টি চিৰ অধিৱেশনত কল্যাণকামী বাজেট দাখিল প্ৰমোদ বড়োৰ

deepika-pic

মাজনিশা ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দীপিকা পাডুকনৰ অৱস্থা কি কৰিলে অনুৰাগীয়ে, চাওঁক ভিডিঅ’

IMG_20210226_131204(1)

গোলাঘাটত ভাৰতবন্ধৰ সৰ্বাত্মক প্ৰভাৱ

b0b53582-1390-4d8f-88bb-9bbf5e7bcf98

দুৰন্ত হিমা! অসম আৰক্ষীত আনুষ্ঠানিকভাৱে যোগদান ধিং এক্সপ্ৰেছৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd