DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিশ্বৰ সৰ্বোচ্চ ডাকঘৰৰ নতুন ৰূপ: গঢ় দিয়া হ’ল লেটাৰবক্সৰ ৰূপত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 15, 2022 1:16 pm
World’s highest post office
161
VIEWS
Share on FacebookShare on Twitter

হিমাচল প্ৰদেশৰ স্পিতি জিলাৰ হিক্কিমত অৱস্থিত বিশ্বৰ সৰ্বোচ্চ ডাকঘৰটোৱে এতিয়া এক নতুন ৰূপ লাভ কৰিছে। পৰ্যটকক আকৰ্ষিত কৰিবলৈ এই ডাকঘৰটোক এতিয়া লেটাৰবক্সৰ আকাৰত গঢ়ি তোলা হৈছে।

বিশ্বৰ সৰ্বোচ্চ এই ডাকঘৰটোত ১৯৮৩ চনৰ পৰা হিকিম গাঁৱত কাৰ্যকলাপ আৰম্ভ কৰা হৈছিল। এই ডাকঘৰটো সাগৰ পৃষ্ঠৰ পৰা ১৪,৫৬৭ ফুট উচ্চতাত অৱস্থিত।

লেটাৰবক্স আকৃতিৰ ডাকঘৰটো ভাৰতীয় ডাক বিভাগৰ হিমাচল চক্ৰৰ মুখ্য পোষ্ট মাষ্টাৰ জেনেৰেল বন্দিতা কৌলে উদ্বোধন কৰে। আনহাতে সহকাৰী উপায়ুক্ত অভিষেক বাৰ্মা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।

ডাকঘৰটো উদ্বোধন কৰি কৌলে কয় “দেশত এই ডাকঘৰটোৰ দৰে কোনো ডাকঘৰ নাই। ই পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। পৃথিৱীৰ পৰা অহা পৰ্যটকসকলে হিকিমি ডাকঘৰৰ পৰা তেওঁলোকৰ নিকট তম প্ৰিয়জনক পত্ৰ প্ৰেৰণ কৰে। পৰ্যটনৰ দিশৰ পৰাও ই অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব।”

আনহাতে, লাহৌল স্পিতিৰ সহকাৰী উপায়ুক্ত অভিষেক বাৰ্মাই কয় যে হিকিমৰ ডাকঘৰ স্পিতলৈ অহা পৰ্যটকৰ প্ৰিয় স্থানবোৰৰ ভিতৰত অন্যতম।

“এতিয়া পৰ্যটকসকলেও এই লেটাৰ বক্সৰ আকৃতিত চলি থকা ডাকঘৰটো ভাল পাব। এই নতুন কাৰ্যালয় গৃহটো লাংচা পঞ্চায়তত স্থাপন কৰা হৈছে।” বাৰ্মাই কয়।

Recent News

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

শ্ৰেণী কোঠাৰ সলনি যুদ্ধক্ষেত্ৰৰ বাংকাৰৰ পৰাই ছাত্ৰী-ছাত্ৰীৰ বাবে অনলাইন ক্লাছ কৰিছে এগৰাকী ’অধ্যাপক সেনাই’!

শ্ৰেণী কোঠাৰ সলনি যুদ্ধক্ষেত্ৰৰ বাংকাৰৰ পৰাই ছাত্ৰী-ছাত্ৰীৰ বাবে অনলাইন ক্লাছ কৰিছে এগৰাকী ’অধ্যাপক সেনাই’!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd