• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেলিফৰ্ণিয়াত বনজুইৰ পৰা বচাবলৈ ব্লেংকেটেৰে ঢাকি দিয়া হ’ল বিশ্বৰ আটাইতকৈ বৃহৎ প্ৰাচীন,ওখ গছডালক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 17, 2021 12:46 pm
Sherman tree

ফটো উৎস: ইউ এছ ফৰেষ্ট অথৰিটি।

210
VIEWS
Share on FacebookShare on Twitter

কেলিফৰ্ণিয়াৰ বিশ্ব প্ৰসিদ্ধ ছিকুইয়া নেশ্যনেল পাৰ্কত বনজুইৰ পৰা ৰক্ষা কৰিবলৈ অগ্নিনিৰ্বাপক বাহিনীয়ে প্ৰাচীন গছবোৰক অগ্নি-প্ৰশমক ব্লেংকেটেৰে ঢাকি দিছে।

বিষয়াসকলে বিশ্বৰ আটাইতকৈ বৃহৎ গছ কিছুমান থকা বিশাল ফৰেষ্টখনত কেইঘন্টামানৰ ভিতৰতে জুইয়ে গ্ৰাস কৰিব পাৰে বুলি শংকিত হৈছে।

এই বনাঞ্চলখনত বিশ্বৰ ভিতৰতে বৃহ আকৃতিৰ তথা প্ৰায় ২,৫০০বছৰ পুৰণি ২৭৫ ফুট ওখ ‘জেনেৰেল শ্বেৰমেন’ গছডালকে ধৰি প্ৰায় ২,০০০ছিকুইয়াছ গছ আছে।এসপ্তাহ ধৰি এই অঞ্চলটোত বিশাল জুইয়ে ছানি ধৰিছে।

এই জুই নুমুৱাবলৈ হেলিকপ্টাৰ আৰু পানী বৰষা বিমানেৰ সৈতে ৩৫০জনতকৈয়ো অধিক অগ্নি-প্ৰশমক যোদ্ধাই প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁলোকে জেনেৰেল শ্বেৰমেনকে ধৰি কেইবাডালো গছক এলমনিয়াম আস্তৰণেৰে সুৰক্ষিত কৱচ পিন্ধাইছে।

উল্লেখ্য যে পৃথিৱীত বৰ্তমান জীয়াই থকা আকৃতিৰ ফালৰ পৰা আটাইতকৈ বৃহৎ গছ এই জেনেৰেল শ্বেৰমেন প্ৰায় ২,৩০০ৰ পৰা ২,৭০০০ বছৰ পুৰণি বুলি অনুমান কৰা হৈছে।

বিশেষজ্ঞসকলে জানিবলৈ দিয়া মতে ছিকুইয়া গছবোৰ অতি অগ্নি-প্ৰতিৰোধক আৰু বহ্নিশিখাৰ মাজতো বৰ্তি থাকিব পাৰে।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd