• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শম্ভু সীমান্তত কৃষকৰ আন্দোলনৰ ২০০ দিন সম্পূৰ্ণ হোৱাৰ গণসভাত উপস্থিত থাকিব মল্লযুঁজাৰু ভিনেশ ফোগাট

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 31, 2024 1:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শম্ভু সীমান্তত কৃষকৰ আন্দোলনে ২০০ দিন হোৱাৰ উপলক্ষে এক গণ সমাৱেশৰ আয়োজন কৰা হৈছে। শনিবাৰে তাত যোগদান কৰিব মল্লযুঁজাৰু বিনেশ ফ’গাটেও। খানৌৰী আৰু ৰতনপুৰা সীমান্ততো প্ৰতিবাদী সভাৰ আয়োজন কৰা হৈছে।

পেৰিছ অলিম্পিকত উজ্জ্বল প্ৰদৰ্শনৰ পাছত সকলোৰে মুখত ভিনেশৰ নাম। মল্লযুঁজৰ উপৰিও ভিনেশক বাৰে বাৰে বিভিন্ন আন্দোলনত দেখা গৈছে। এবছৰৰ পূৰ্বে তেওঁ যন্তৰ মন্তৰৰ ধৰ্ণা মঞ্চত একেৰাহে ৪০ দিন মূৰত ৰ’দ লৈ কটায় আৰু যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত সৰ্বভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ তদানীন্তন মুৰব্বী ব্রীজভূষণ শৰণ সিংক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছিল। সাক্ষী মালিক, বজৰং পুনিয়াৰাও উপস্থিত থাকে। নতুন সংসদ ভৱন উদ্বোধনৰ দিনা ৰাজধানীৰ ৰাজপথৰ পৰা কাৰাগাৰৰ ভ্যানত দিল্লী আৰক্ষীয়ে তেওঁলোকক টানি লৈ যায়। সকলো অপমানৰ উত্তৰ দিবলৈ তেওঁ নিজকে নতুন উদ্যমেৰে পেৰিছ অলিম্পিকৰ বাবে প্ৰস্তুত কৰিছিল।কিন্তু মাত্ৰ ১০০ গ্ৰাম অতিৰিক্ত ওজনৰ বাবে অলিম্পিকৰ ফাইনেলৰ পৰা অযোগ্য ঘোষণা কৰাৰ পাছত সকলো আবেগিক হৈ পৰে৷

তেওঁ বাৰে বাৰে কৃষক আন্দোলনৰ বিষয়ে মুকলিকৈ কৈছে আৰু সমৰ্থন প্ৰকাশ কৰিছে। সূত্ৰ অনুসৰি শনিবাৰে শম্ভু সীমান্ত ৰেলীতো ভিনেশক দেখা পোৱা যাব। আগষ্ট মাহত পেৰিছৰ পৰা ঘৰলৈ উভতি অহাৰ পাছৰে পৰা ভিনেশ কংগ্ৰেছত যোগদান কৰিব পাৰে বুলি বিভিন্ন মহলে জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। অৱশ্যে এই সকলোবোৰ জল্পনা-কল্পনাক খাৰিজ কৰি তেওঁ কয় যে বৰ্তমান তেওঁৰ এনে কোনো পৰিকল্পনা নাই।

Apply Now

প্ৰসংগক্ৰমে কৃষকসকলে চলিত বৰ্ষৰ ১৩ ফেব্ৰুৱাৰীৰ পৰা এই শস্যৰ নূন্যতম সমৰ্থন মূল্য (MSP) দাবীত আন্দোলন আৰম্ভ কৰিছে। কৃষক সংগঠনৰ মিত্ৰজোট কিষাণ মৰ্চাৰ দাবী কেন্দ্ৰই এম এছ পিৰ ওপৰত কৃষকক প্ৰতাৰণা কৰিছে। তাৰ পিমাছত মহাৰাষ্ট্ৰ, হাৰিয়ানা, ঝাৰখণ্ড আৰু জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচনৰ পূৰ্বে দুগুণ উৎসাহেৰে পুনৰ আন্দোলন আৰম্ভ হ’ল। প্ৰসংগক্ৰমে কৃষকৰ আন্দোলনৰ বাবেই এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু মহাৰাষ্ট্ৰৰ বহু গ্ৰাম্য আসন লাভ কৰে। গতিকে এইবাৰ পুনৰ কৃষকসকলে নিৰ্বাচনমুখী ৰাজ্যসমূহত বিজেপিক ‘আনমাস্ক’ কৰাৰ আন্দোলন আৰম্ভ কৰিছে। বিজেপিৰ ‘কৃষক বিৰোধী নীতি’ৰ বিৰুদ্ধে এই ৰাজ্যসমূহত কেইবাটাও সমদল, জাঠ আৰু মহাপঞ্চায়তৰ আয়োজন কৰা হৈছে। সেই আন্দোলন এইবাৰ ২০০ দিনত সংঘটিত হৈছিল।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd