• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘যমুনা জিয়ে অভিযান’ ৰ মূল হোতা পৰিৱেশকৰ্মী মনোজ মিশ্ৰৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2023 9:37 pm
'Yamuna Jiye Abhiyan' Manoj Misra
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত মৃত্যুৰ সৈতে হাৰ মানিলে প্ৰখ্যাত পৰিৱেশ কৰ্মী তথা দেশৰ অন্যতম প্ৰকৃতি সুৰক্ষা আন্দোলন ‘যমুনা জিয়ে অভিযান’ৰ মূল হোতা মনোজ মিশ্ৰই। শাৰীৰিক অসুস্থতাৰ সৈতে শেহতীয়া কিছুদিন ধৰি চলা যুঁজৰ অন্তত আজি দিনৰ ১২.৪০ বজাত ভোপাল চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে পৰিৱেশ কৰ্মীগৰাকীয়ে।

ভাৰতীয় বন সেৱা আয়োগৰ প্ৰাক্তন বিষয়াগৰাকীয়ে জীৱনৰ শেষ মুহূৰ্তলৈকে যুঁজি গ’ল প্ৰকৃতি সুৰক্ষাৰ হেতু। প্ৰায় দুমাহ পূৰ্বে তেওঁৰ শৰীৰত ক’ভিদ সংক্ৰমণ ধৰা পৰাৰ পিছৰ পৰাই অসুস্থ হৈ পৰিছিল মনোজ মিশ্ৰ। ইয়াৰ পিছতে প্ৰকৃতিবিদগৰাকীৰ হাওঁফাওঁৰ ক্ষতি হৈছিল।

Apply Now

উল্লেখ্য যে, যমুনাৰ নদী পৰিষ্কাৰকৰণৰ উদ্দেশ্যে ২০০৭ ‘যমুনা জিয়ে অভিযান’ আৰম্ভ কৰিছিল মিশ্ৰই। ১৯৯৪ চনত যমুনাত সৃষ্টি হোৱা প্ৰদূষণ ৰাষ্ট্ৰীয় চিন্তাৰ বিষয় হৈ পৰিছিল যদিও মিশ্ৰৰ এই আন্দোলনে যমুনাৰ পৰিৱেশৰ আৰু নদীৰ কাষৰীয়া সমতল ভূখণ্ডৰ ভয়াৱহ প্ৰদূষণৰ বিষয়ে চৰ্চালৈ আনিছিল।

মিশ্ৰৰ নেতৃত্বত যমুনা জিয়ে অভিযানৰ প্ৰচেষ্টাত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ২০১৫ চনত নদীখন পৰ্যায়ক্ৰমে সজীৱ কৰি তোলাৰ আহ্বান জনায়।

মিশ্ৰই যমুনা আৰু ইয়াৰ কাষৰীয়া সমভূমি ৰক্ষাৰ বাবে অসংখ্য আইনী যুঁজত অৱতীৰ্ণ হৈছিল। মেট্ৰ’ ডিপো (২০০৭), মিলেনিয়াম বাছ ডিপো (২০১১), নিৰ্মাণৰ ধ্বংসাৱশেষ পেলোৱা (২০১২), পৰিৱেশ অধ্যয়ন অবিহনে এটা উচ্চ পথ নিৰ্মাণ (২০১৫) আৰু আৰ্ট অৱ লিভিঙৰ উদ্যোগত আয়োজিত সাংস্কৃতিক উৎসৱ (মাৰ্চ ২০১৬) ইত্যাদি বিভিন্ন নিৰ্মাণ তথা কাৰ্যাৱলীৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছিল।

যমুনা জিয়ে অভিযানৰ সমান্তৰালভাৱে মিশ্ৰই প্ৰাকৃতিক সম্পদ সুৰক্ষাৰ বাবে আইনী পথ ব্যৱহাৰ কৰি বনাঞ্চল ধ্বংস, অবৈধ খনন আৰু প্ৰদূষণৰ বিৰুদ্ধে সক্ৰিয়ভাৱে যুঁজিছিল। বনাঞ্চল আৰু নদী বচাবলৈ তেওঁ চলোৱা আইনী যুঁজে ব্যাপক স্বীকৃতি লাভ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd