DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home মনোৰঞ্জন চলচ্চিত্ৰ

সিদ্ধু মুছেৱালাৰ দৰেই হ’ব গতি! পুনৰ হত্যাৰ ভাবুকিভৰা মেইল বলীউডৰ ভাইজানলৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 26, 2023 10:30 pm
Salman Khan
155
VIEWS
Share on FacebookShare on Twitter

বলীউডৰ ভাইজান খ্যাত চুপাৰষ্টাৰ অভিনেতা ছলমান খানে পুনৰ লাভ কৰিছে মৃত্যুৰ ভাবুকি। পুনৰ এক ইমেইল যোগে অভিনেতাগৰাকী হত্যাৰ ভাবুকি দিয়া হৈছে। বিগত বৰ্ষত হত্যাৰ বলি হোৱা জনপ্ৰিয় পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰে দৰেই জীৱন শেষ কৰি দিয়াৰ ভাবুকি দিয়া হৈছে অভিনেতাগৰাকীক।

“আপুনিও সিদ্ধু মুছেৱালাৰ দৰেই শেষ হ’ব” বুলি উল্লেখ থকা এটা মেইল ২–৩ দিন পূৰ্বে প্ৰেৰণ কৰা হৈছিল অভিনেতাগৰাকীৰ কাৰ্যালয়লৈ। ইয়াৰ পাছতে প্ৰশান্ত গুঞ্জলকাৰ নামৰ এগৰাকী ব্যক্তিয়ে বান্দ্ৰা থানাত অভিযোগ দাখিল কৰে।

গুঞ্জলকাৰৰ ভষ্য মতে, গেলাক্সি এপাৰ্টমেণ্টস্থিত ছলমান খানৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়তে তেওঁ ৰোহিত গাৰ্গ নামৰ এটা মেইল আইডিৰ পৰা এক মেইল অহা লক্ষ্য কৰে। হিন্দী ভাষাত লিখা এই ই-মেইলটোত গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ বিষয়ে উল্লেখ থকা বুলি তেওঁ উল্লেখ কৰে।

ইয়াৰ পিছতে ৰাজস্থান আৰক্ষীৰ সৈতে যৌথ অভিযানত মুম্বাই আৰক্ষীয়ে ৰাজস্থানৰ যোধপুৰৰ পৰা ঢাকাদ ৰাম বিষ্ণৈ নামৰ এগৰাকী ২১ বছৰীয়া যুৱকক আজি গ্ৰেপ্তাৰ কৰে।

যোধপুৰৰ লুনি আৰক্ষী থানাৰ অন্তৰ্গত ৰোহিচা কলন নামৰ এখন গাঁৱৰ বাসিন্দা বিষ্ণৈ অস্ত্ৰ আইনৰ অধীনত এটা গোচৰত জামিনত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৮ মাৰ্চতো ছলমান খানলৈ প্ৰেৰণ কৰা ভাবুকি ই-মেইলৰ সৈতে জড়িত থকাৰ থকাৰ অভিযোগত মুম্বাই আৰক্ষীয়ে গেংষ্টাৰ লৰেন্স বিষ্ণৈ আৰু গোল্ডি ব্ৰাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।

Recent News

চীনৰ আজৱ কাণ্ড! ৩২ হাজাৰ ফুট দ গাঁত খান্দিছে চীনে। কিন্তু কিয়?

চীনৰ আজৱ কাণ্ড! ৩২ হাজাৰ ফুট দ গাঁত খান্দিছে চীনে। কিন্তু কিয়?

wrestlers protest

প্ৰতিবাদী মল্লযুঁজাৰুৰ ওপৰত দমনমূলক আচৰণক নিন্দা আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ: দ্ৰুত তদন্তৰ আহ্বান

modern names of Mahabharata

শিশুৰ নামকৰণ কৰাৰ আগতে জানি লওঁক মহাভাৰতৰ এইকেইটা আধুনিক আৰু অনন্য নাম

chanakya

লাভ নাই; এনে মহিলাই প্ৰতিমুহূৰ্ততে দিব অশান্তি: চাণক্যই কৰি গৈছে সতৰ্ক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd