• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আই পি এলৰ পৰা সন্যাস নলয় বুলি ঘোষণা মহেন্দ্ৰ সিং ধোনীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 1, 2020 5:10 pm
945
VIEWS
Share on FacebookShare on Twitter

মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত চেন্নাই ছুপাৰ কিংছে আই পি এলৰ প্লে অফত স্থান সুৰক্ষিত কৰিব নোৱাৰিলেও অনুৰাগী সকলৰ বাবে আহিছে এটা সুখবৰ।

ধোনীৰ লগতে দলৰ শোচনীয় প্ৰদৰ্শনৰ ধাৰা অব্যাহত থকাৰ সময়তে বিভিন্ন মাধ্যমত এটা খবৰ ওলাইছিল যে আই পি এলত ধোনীৰ আজি অন্তিমখন মেচ।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পিছত আই পি এলৰ পৰাও ধোনীয়ে অৱসৰ ল’ব বুলি ওলাই থকা খবৰক আজি সম্পূৰ্ণৰূপে নস্যাৎ কৰি দিলে ধোনীয়ে।

আজি কিংছ ইলেভেন পঞ্জাৱৰ বিৰুদ্ধে লীগৰ অন্তিমখন মেচত ধোনীয়ে স্পষ্ট কৰি দিছে যে তেওঁ আই পি এল খেলি থাকিব আৰু অৱসৰৰ কথা বৰ্তমান চিন্তা-চৰ্চা কৰা নাই।

আজি ধোনীয়ে আই পি এল ২০২০ত শেষবাৰৰ বাবে টছ কৰিবলৈ আহোতে ধাৰাভাষ্যকাৰ ডেনি মৰিছনে তেওঁক সোধে যে হালধীয়া জাৰ্চিত আপোনাৰ এইখন অন্তিম আই পি এল মেচ নেকি?

উত্তৰত ধোনীয়ে কয়, ‘নহয় কোনো কাৰণতেই নহয়, হালধীয়া জাৰ্চিত এইখন মোৰ অন্তিম মেচ নহয়’।

ইয়াৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছ দলৰ চি ই অ’ৱেও কৈছিল যে অহাবাৰো ধোনীয়ে চেন্নাইক নেতৃত্ব প্ৰদান কৰিব।

উল্লেখ্য যে আই পি এল ইতিহাসত ধোনী আৰু তেওঁৰ নেতৃত্বত চেন্নাই ছুপাৰ কিংছ দলে এইবাৰেই আটাইতকৈ শোচনীয় প্ৰদৰ্শন আগবঢ়াইছে। দলে ধোনীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে প্লে অফত স্থান সুৰক্ষিত কৰিব নোৱাৰিলে।

চলিত আই পি এলত ধোনীয়ে গড়ে ২৫ কৈ মাত্ৰ ২০০ ৰানহে কৰিবলৈ সক্ষম হৈছে। তদুপৰি ২০১৫ৰ পিছত প্ৰথমবাৰৰ বাবে ধোনীয়ে এইবাৰ এটাও মেন অৱ দ্যা মেচ পাবলৈ সক্ষম নহ’ল।

এনেবোৰ কাৰণৰ বাবেই বহু ক্ৰিকেট প্ৰেমী তথা বিশেষজ্ঞ সকলে ধোনীক যথেষ্ট সমালোচনা কৰাৰ লগতে আই পি এলৰ পৰাও অৱসৰ ল’বলৈ দাবী জনাই আহিছিল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd