• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাকৰি দিয়াৰ নামত ৰাজ্যত দালাল চক্ৰৰ দপদপনি ; এইবাৰ আৱকাৰী বিভাগত ভুৱা নিযুক্তি

শিৱসাগৰ আৱকাৰী বিভাগত ভুৱা নিযুক্তি পত্ৰ লৈ যোগদানৰ বাবে অহা যুৱক ৰঙাঘৰৰ আলহী

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
October 28, 2020 6:21 pm
IMG-20201028-WA0011
861
VIEWS
Share on FacebookShare on Twitter

এছ আই কেলেংকাৰীৰ তদন্ত চলি থকাৰ মাজতেই ৰাজ্যত পুনৰ ভুৱা নিযুক্তিৰ তথ্য পোহৰলৈ আহিছে।

এইবাৰ আৰক্ষী বিভাগত নহয় আৱকাৰী বিভাগত সংঘটিত হৈছে ভুৱা নিযুক্তি।

শিৱসাগৰ আৱকাৰীবিভাগত ভুৱা নিযুক্তি পত্ৰ লৈ যোগদানৰ বাবে অহা যুৱক ৰঙাঘৰৰ আলহী হ’বলগীয়া হ’ল।

ঘটনা বিৱৰণী মতে আজি শিৱসাগৰ আৱকাৰী বিভাগৰ কাৰ্যালয়লৈ এজন যুৱকে কনিষ্টবলৰ নিযুক্তি পত্ৰ এখন লৈ শিৱসাগৰৰ কাৰ্যালয়লৈ যোগদানৰ বাবে আহে।

শিৱসাগৰ আৱকাৰী বিভাগৰ পৰিদৰ্শকৰ সন্দেহ হোৱাত বিভাগৰ উৰ্দ্ধতন কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাত বিভাগৰ ফালৰ পৰা তেনে কোনো নিযুক্তি দিয়া হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে।

লগে লগে আৱকাৰীবিভাগৰ শিৱসাগৰৰ পৰিদৰ্শকজনে শিৱসাগৰ আৰক্ষীক অৱগত কৰি যুৱকজনক আৰক্ষীক চমজাই দিয়ে।

যুৱকজনৰ নাম প্ৰসেনজিত বৰ্মন। তেওঁৰ ঘৰ কোচবিহাৰত বুলি জানিবলৈ দিয়ে।

যুৱকজনে জনোৱা মতে তেওঁ গুৱাহাটীৰ এখন হোটেলত কাম কৰি থাকোতে দুধনৈৰ পৱন বৰা নামৰ এজন ব্যক্তিৰ লগত চিনাকী হয় আৰু পৱন বৰাই যুৱকজনক আৱকাৰী বিভাগত চাকৰি দিব বুলি ৪৮ হাজাৰ টকা লয়।

লোকজনে যুৱক জনক নিযুক্তি পত্ৰ খন প্ৰদান কৰি আজি শিৱসাগৰলৈ যোগদান কৰিবলৈ পঠায়।

ইতিমধ্যে ভুৱা নিযুক্তি পত্ৰ লৈ শিৱসাগৰ আৱকাৰী বিভাগত যোগদান কৰিবলৈ অহা প্ৰসেনজিক বৰ্মনক বৰ্তমান শিৱসাগৰ আৰক্ষীৰ জিম্মাত ৰাখি জেৰা চলাই থকা হৈছে।

Recent News

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd