• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱত কংগ্ৰেছৰ বেনাৰ-হৰ্ডিং আঁতৰোৱাক লৈ উত্তপ্ত পৰিস্থিতি, ৰাজপথ অৱৰোধ

মিণ্টু দাস by মিণ্টু দাস
August 27, 2018 8:56 am
congress protest nagaon

নগাঁৱত পৌৰসভাই কংগ্ৰেছৰ বেনাৰ-হৰ্ডিং আঁতৰোৱাৰ বিৰুদ্ধে কংগ্ৰেছ-এন এছ ইউ আইৰ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ দখলত থকা নগাঁও পৌৰসভাই জাৱৰ পেলোৱা গাড়ীৰে যুৱ কংগ্ৰেছৰ বেনাৰ, হৰ্ডিং আদি আঁতৰোৱাক কেন্দ্ৰ কৰি দেওবাৰে নগাঁও চহৰৰ ৰাজপথত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নগাঁও পৌৰসভাৰ এই  কাৰ্যৰ প্ৰতিবাদত জিলা যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ শতাধিক কৰ্মীয়ে নগাঁও চহৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মিচন মাৰ্কেটত পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

পথ অৱৰোধ কৰি বিভিন্ন প্ৰতিবাদী ধ্বনিৰে পৰিস্থিতি উত্তপ্ত কৰি তোলাত দীৰ্ঘসময় যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে। প্ৰায় এঘণ্টা ধৰি হোৱা এই পথ অৱৰোধত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কনভয় আৱদ্ধ হ’ব লগা হয়। প্ৰতিবাদকাৰীসকলে নগাঁও পৌৰসভাৰ এই কাৰ্যৰ বিৰোধিতা কৰি পৌৰপতিক ক্ষমা খুজিবলৈ দাবী জনাই আৰু পথৰ কাষৰ পৰা পৌৰসভাই আঁ‌তৰাই নিয়া বেনাৰ, হৰ্ডিংসমূহ যথা স্থানত লগাই দিয়াৰ দাবী তুলি পৰিবেশ উত্তাল কৰি তোলে।

Apply Now

এই দাবীত যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ কৰ্মীসকল দীৰ্ঘসময় অটল হৈ পথ অৱৰোধ অব্যাহত ৰখাৰ পিছত অৱশেষত তেওঁলোকৰ প্ৰতিবাদত সেও মানি নগাঁও পৌৰসভাৰ পৌৰপতি দিগন্ত দাস আৰু জিলা প্ৰশাসনৰ প্ৰতিনিধি প্ৰতিবাদস্থলীত আহি উপস্থিত হয় আৰু পৌৰপতিয়ে ক্ষমা খুজিবলৈ বাধ্য হয়। তেওঁ ভৱিষ্যতে এনে কাম নকৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে বেনাৰ, হৰ্ডিংসমূহ পুনৰ লগাই দিয়াৰ কথা ঘোষণা কৰাত প্ৰতিবাদকাৰীসকল ক্ষান্ত হয় আৰু পথ অৱৰোধ কাৰ্যসূচী উঠাই লয়।

উল্লেখ্য, দেওবাৰে নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত যুৱ কংগ্ৰেছৰ উদ্যোগত ”সাংবিধান বচাও” শীৰ্ষক কাৰ্যসূচীৰ আয়োজন কৰিছিল। এই কাৰ্যসূচীত অসমৰ দায়িত্বত থকা যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাদ্বয় স্মূৰ্তি ৰঞ্জন লেংকা আৰু চিচপাল সিং কেহেৰোৱালৰ লগতে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কমৰুল ইছলাম চৌধুৰীয়ে অংশগ্ৰহণ কৰিছিল।

উক্ত নেতা তিনিজনক আদৰণি জনোৱাৰ উদ্দেশ্য যুৱ কংগ্ৰেছে শনিবাৰে চহৰখনৰ ষ্টেডিয়াম মাৰ্কেট আৰু মিচন মাৰ্কেট এলেকাৰ পথৰ কাষত বেনাৰ, হৰ্ডিং সংস্থাপন কৰিছিল বুলি জিলা যুৱ কংগ্ৰেছৰ সভাপতি আজাহাৰ আলী আহমেদে জনাইছে। এই বেনাৰ, হৰ্ডিংসমূহ আঁ‌তৰোৱাক লৈ পৌৰসভা আৰু যুৱ কংগ্ৰেছৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd