• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘চৰকাৰ নৰেন্দ্ৰ মোডীয়ে নহয় আদানী, আম্বানীয়েহে চলাইছে’—অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত অতিষ্ঠ ৰাইজ

NE NOW NEWS ইয়াছিন আলী
বঙাইগাঁও , February 18, 2021 1:37 pm

1 min read

IMG20210217163753
175
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁৱত পেট্ৰল, ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে  প্ৰতিবাদী সমদল উলিয়ালে ছাত্ৰ সংগঠনে।

পেট্ৰল, ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে  প্ৰতিবাদী সমদল  উলিওৱা হয় বঙাইগাঁৱত ।

বঙাইগাঁও জিলাৰ ৩৪নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত কীৰ্ত্তনপাৰাত বঙাইগাওঁ জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু ৩৪নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টি যুৱ কংগ্ৰেছৰ সহযোগত এক ধৰ্ণা, প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ন কৰে।

৩৪নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ কংগ্ৰেছ দলৰ নেত্ৰী তথা অসম ৰাজ্যিক যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা নাজিমা খাতুনে কয় যে সাম্প্ৰতিক বিজেপি নেতৃত্বাধীন চৰকাৰ খন দৰিদ্ৰ জনগনৰ চৰকাৰ নহয় ,পুঁজিপতিৰ হে চৰকাৰ।

তেওঁ লগতে কয় চৰকাৰ নৰেন্দ্ৰ মোডীয়ে নহয় আদানী,  আম্বানীয়ে হে চলাইছে , যাৰ ফলত দেশত অত্যাৱশকীয় সা সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ আছে, পেট্ৰল, ডিজেলৰ মূল্য প্ৰায় ১০০ টকা হোৱাৰ পথত।

কিন্তু এই ক্ষেত্ৰত  চৰকাৰ নিমাত কিয় বুলি তেওঁ প্ৰশ্ন  কৰে।

সমগ্ৰ ভাৰতৰ লগতে অসমত  পুঁজিবাদী, ফেচীবাদী চৰকাৰ চলিছে বুলি অভিযোগ উত্থাপন কৰে যুৱ কংগ্ৰেছৰ অসম ৰাজ্যিক সম্পাদিকা গৰাকীয়ে ।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd