DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰাহুল গান্ধীক কংগ্ৰেছৰ অধ্যক্ষ হোৱাটো বিচাৰে যুৱ কংগ্ৰেছে : জুন মাহত নতুন সভাপতিয়ে ল’ব দায়িত্ব!

এন ই নাও নিউজ by এন ই নাও নিউজ
March 9, 2021 2:04 pm
Rahul Promise
280
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভাতৃ সংগঠন যুৱ কংগ্ৰেছে ৰাহুল গান্ধীক দলটোৰ নেতৃত্ব লোৱাটো বিচাৰিছে।

সোমবাৰে যুৱ কংগ্ৰেছে ৰাহুল গান্ধীক দলটোৰ সভাপতি দায়িত্ব পুনৰ ন্যস্ত কৰিবলৈ দাবী কৰি কয় যে তেওঁৰ নেতৃত্বই দলটোৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ লগতে শক্তিশালী কৰি যুৱ কৰ্মীসকলক উৎসাহিত কৰিব।

সোমবাৰে দিল্লীত অনুষ্ঠিত যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত এই প্ৰস্তাৱ গ্ৰহণ কৰি গৃহীত কৰা বুলি প্ৰকাশ কৰিছে যুৱ কংগ্ৰেছৰ নেতৃত্বই।

“দেশৰ বৰ্তমানৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি ভাৰতীয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকে যুটীয়াভাৱে ৰাহুল গান্ধীক পুনৰ জাতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব অৰ্পণৰ বাবে এটা প্ৰস্তাৱ গ্ৰহণ হওক।” প্ৰস্তাৱটো এইদৰে কোৱা হৈছে।

যুৱ কংগ্ৰেছে তেওঁলোকৰ নেতা ৰাহুল গান্ধীৰ সৈতে দৃঢ়তাৰে থিয় হৈ থকা বুলি উল্লেখ কৰি আৰু কয়, “আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে ৰাহুলজীৰ নেতৃত্ব আৰু নিৰ্দেশনাত সংগঠনটো শক্তিশালী হ’ব আৰু এই নিযুক্তিয়ে সমগ্ৰ দেশৰ দলৰ কৰ্মীসকলক উৎসাহিত কৰিব।”

উল্লেখ্য যে অহা জুন মাহত কংগ্ৰেছৰ পূৰ্ণ পৰ্যায়ৰ ৰাষ্ট্ৰীয় সভাপতি মনোনীত কৰাৰ কথা। ইমধ্যে দলটোৰ ২৩ গোটৰ সৈতে এই সম্পৰ্কে দলীয়ভাৱে আলচোনা কৰা বুলিও জানিব পৰা গৈছে।

কংগ্ৰেছ নেতা গোলাম নৱী আজাদে আভ্যন্তৰীণ নিৰ্বাচনৰ দ্বাৰা দলৰ সভাপতি নিৰ্বাচিত কৰিব লাগে বুলি দাবী কৰাৰ পিছতেই যুৱ কংগ্ৰেছে এই প্ৰস্তাৱ গ্ৰহণ কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

ESIC 2022

Assam Career : ESIC, গুৱাহাটীত চিকিৎসকৰ পদ খালী, কিদৰে কৰিব আবেদন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd