• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভগৎ সিং নাটকত অভিনয় কৰাৰ পাছতে কিয় মৃত্যু হ’ল এইগৰাকী কিশোৰৰ ?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 6, 2020 5:58 pm
Bhagat Sing

ভগৎ সিং

2.3k
VIEWS
Share on FacebookShare on Twitter

বিদ্যালয় সপ্তাহৰ নাটক প্ৰতিযোগিতাৰ কথা। নাটকৰ মাধ্যমেৰেই কিশোৰ গৰাকীয়ে বিপ্লবী ভগৎ সিঙৰ কথা আৰু স্বাধীনতা সংগ্ৰামত তেওঁৰ অৱদানৰ কথা জানিবলৈ পাইছিল।

নাটকত ভগৎ সিঙৰ ফাঁচিৰ দৃশ্যৰ সময়ত চকুপানী ওলাইছিল কিশোৰ গৰাকীৰ।

নাটকত কিশোৰ গৰাকীয়ে ভগৎ সিঙৰ চৰিত্ৰত অভিনয় কৰিবলৈ পোৱা নাছিল, অভিনয় কৰিছিল এজন আৰক্ষী বিষয়াৰ চৰিত্ৰতহে।

ঘৰলৈ উভতি কিশোৰ গৰাকীয়ে ভগৎ সিঙৰ চৰিত্ৰত অভিনয়ৰ অনুশীলন কৰে আৰু ফাঁচিৰ দৃশ্য অনুকৰণ কৰিবলৈ গৈ মৃত্যুক সাবতিলবলগীয়া হয়।

এই ঘটনাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে মধ্যপ্ৰদেশৰ মান্দচৌৰত।

ভগৎ সিঙৰ ফাঁচিৰ অনুকৰণ কৰিবলৈ গৈ মৃত্যু হোৱা কিশোৰ গৰাকীৰ নাম শ্ৰেয়াছ।

পৰিয়ালৰ লোকে ঘৰৰ চিলিং ফেনত ওলমি থকা অৱস্থাত শ্ৰেয়াছক উদ্ধাৰ কৰে আৰু চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

শ্ৰেয়াছৰ পৰিয়ালৰ লোকে জনোৱা মতে বিদ্যালয়ত ভগৎ সিঙৰ নাটকত অভিনয় কৰি অভিভূত হৈ পৰিছিল শ্ৰেয়াছ আৰু ঘৰলৈ আহি তেওঁ ভগৎ সিঙৰ ফাঁচিৰ দৃশ্য অনুকৰণ কৰে যাৰবাবে দুৰ্ঘটনাটো সংঘটিত হয়।

আনহাতে, উক্ত ঘটনাৰ প্ৰতি লক্ষ্য কৰি এতিয়াৰে পৰা মান্দচৌৰৰ বিদ্যালয় সমূহৰ নাটকত তেনেধৰণৰ দৃশ্য সংলগ্ন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd