• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ড্ৰাগছ মাফিয়াৰ কৱলত পৰি মৃত্যুক সাৱটিলে ২৫ বছৰীয়া যুৱকে

ঋতুপল্লব শইকীয়া by ঋতুপল্লব শইকীয়া
June 11, 2019 12:44 pm
Sanjeeb Goswami

ফটো : নৰ্থ-ইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ড্ৰাগছৰ বাবেই প্ৰাণ হেৰুৱাব লগীয়া হ’ল এগৰাকী ২৫ বছৰীয়া যুৱকে। যুৱকজন গোলাঘাট চহৰৰ চানমাৰীৰ বাসিন্দা সঞ্জীৱ গোস্বামী। জানিব পৰা অনুসৰি গোলাঘাটৰ কুখ্যাত ড্ৰাগছ মাফিয়াৰ হাতত প্ৰাণ হেৰুৱাই এই গৰাকী প্ৰতিভাসম্পন্ন যুৱকে।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি পুনৰে পৰা উচ্চ শিক্ষা গ্ৰহণ কৰা সঞ্জীৱ ড্ৰাগছ আসক্ত আছিল আৰু যোৱা তিনি মাহৰ পৰা তেওঁ গুৱাহাটীত চিকিৎসাধীন হৈ আছিল।

Apply Now

‘তাক শনিবাৰে ঘৰলৈ লৈ অহা হৈছিল। মোৰ ল’ৰাটোৱে ড্ৰাগছ মাফিয়া জজৌ ওৰফে মৃণাল গগৈৰ ওচৰত মোবাইলটো বন্ধকত থৈছিল আৰু সেইটো আনিবলৈ কালি জজৌৰ ঘৰলৈ গৈছিল। কিন্তু বহু সময়ৰ পাছত অচেতন অৱস্থাত সঞ্জীৱক দুজন যুৱকে এখন ৰিক্সাত লৈ অহা দেখো। লগে লগে মই মোৰ ল’ৰাটোক অসামৰিক চিকিৎসালয়লৈ লৈ আহো যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে’। এইদৰে কয় সঞ্জীৱৰ মাতৃ ৰুণু গোস্বামীয়ে।

মাতৃ ৰুণু গোস্বামীৰ অভিযোগ অনুসৰি ড্ৰাগছ মাফিয়া জজৌৱে আন কেইজনমানৰ লগত মিলি তেওঁৰ পুত্ৰক হত্যা কৰিছে। তেওঁ গোলাঘাট আৰক্ষী থানাত এই সন্দৰ্ভত গোচৰ দিছে। এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে অকণি গগৈ আৰু ভাৰতী গগৈ নামৰ দুজনক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

ইফালে এই ঘটনাৰ মূল অভিযুক্ত জজৌক আটক কৰাৰ বাবে অভিযান চলাই থকা হৈছে যদিও এই পৰ্যন্ত আটক কৰিবলৈ সক্ষম হোৱা নাই বুলি গোলাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰাই জানিবলৈ দিয়ে।

ঋতুপল্লব শইকীয়া

ঋতুপল্লব শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আইনৰ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ ক্ষমতা বাৰ কাউন্সিলৰ নাই: উচ্চতম ন্যায়ালয়

আইনৰ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ ক্ষমতা বাৰ কাউন্সিলৰ নাই: উচ্চতম ন্যায়ালয়

September 3, 2026 5:06 pm
অতিষ্ঠ গৌৰৱ! ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰিলে প্ৰদেশ কংগ্ৰেছে

অতিষ্ঠ গৌৰৱ! ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰিলে প্ৰদেশ কংগ্ৰেছে

September 3, 2026 4:55 pm
২০২৫ চনত চৰকাৰী বিভাগসমূহৰ বিৰুদ্ধে ৭০ হাজাৰৰো অধিক দুৰ্নীতিৰ অভিযোগ; শীৰ্ষত বেংক আৰু ৰে’লৱে

২০২৫ চনত চৰকাৰী বিভাগসমূহৰ বিৰুদ্ধে ৭০ হাজাৰৰো অধিক দুৰ্নীতিৰ অভিযোগ; শীৰ্ষত বেংক আৰু ৰে’লৱে

September 3, 2026 4:12 pm
“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

September 3, 2026 2:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আইনৰ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ ক্ষমতা বাৰ কাউন্সিলৰ নাই: উচ্চতম ন্যায়ালয়

আইনৰ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ ক্ষমতা বাৰ কাউন্সিলৰ নাই: উচ্চতম ন্যায়ালয়

September 3, 2026 5:06 pm
অতিষ্ঠ গৌৰৱ! ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰিলে প্ৰদেশ কংগ্ৰেছে

অতিষ্ঠ গৌৰৱ! ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰিলে প্ৰদেশ কংগ্ৰেছে

September 3, 2026 4:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd