• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আওমৰণে মৰিল! ১০ হাজাৰ টকাৰ বাজি জিকিবলৈ খালে পাঁচ বটল সুৰা, মৃত্যু যুৱকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 1, 2025 2:51 pm
2.2k
VIEWS
Share on FacebookShare on Twitter

বাজি আছিল যে পানীৰ লগত মিহলি নকৰাকৈ পাঁচ বটল মদ খাব পাৰিলে ১০ হাজাৰ টকা জিকিব। কৰ্ণাটকৰ এজন যুৱকে সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিলে। ৫ বটল সুৰা পানী নোহোৱাকৈ সেৱন কৰি মৃত্যু ঘটে কাৰ্তিক (২১)ৰ।

অত্যধিক মদ খাই তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰে। চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাৰ সময়তে তেওঁৰ মৃত্যু হয়। সেই ঘটনাত কাৰ্তিকৰ ছয়জন বন্ধুৰ বিৰুদ্ধে নাংলি থানাত গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজন অভিযুক্তক। বাকীসকলৰ সন্ধান অব্যাহত আছে।

জানিব পৰা মতে, কৰ্ণাটকৰ কোলাৰ জিলাৰ পূজাৰহল্লা গাঁৱৰ বাসিন্দা কাৰ্তিকে এবছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল। মাত্ৰ ৮ দিন আগতে তেওঁ পিতৃ হৈছিল। হঠাৎ দেওবাৰে নিশা কাৰ্তিকে বন্ধু ভেংকট ৰেড্ডী, সুব্ৰমণি আৰু আন তিনিজনক মদ্যপানৰ বাবে প্ৰত্যাহ্বান জনায়।

সেই প্ৰত্যাহ্বানৰ চৰ্ত আছিল কাৰ্তিকে পানীৰ লগত মিহলি নকৰাকৈ পাঁচ বটল মদ খাব লাগিব। বন্ধুসকলে দিয়া চৰ্তত তেওঁ মান্তি হ’ল। নিজৰ কথা ৰক্ষা কৰিবলৈ আৰু টকাৰ লোভত কাৰ্তিকে বন্ধুসকলৰ সন্মুখত পাঁচ বটল মদ খায়।

এক সূত্ৰৰ পৰা জানিব পৰা মতে, সুৰা সেৱন কৰি তেওঁ অসুস্থ হৈ পৰে। কাৰ্তিকৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত তেওঁক কোলাৰ জিলাৰ মুলবাগালৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।

কাৰ্তিকৰ মৃত্যুৰ পিছত ভেংকট ৰেড্ডী আৰু সুব্ৰমণি আৰু তেওঁৰ ছয়জন বন্ধুৰ বিৰুদ্ধে নাংলি থানাত গোচৰ ৰুজু হয়। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজন অভিযুক্তক। এই ঘটনাত কাৰ্তিকৰ পৰিয়ালটো বিধ্বস্ত হৈ পৰিছে।

চিকিৎসকৰ মতে, বিশেষকৈ পানী অবিহনে কম সময়ৰ ভিতৰতে বৃহৎ পৰিমাণৰ মদ খোৱা উচিত নহয়। শৰীৰৰ বাবে ই অতি ক্ষতিকাৰক। আনকি ইয়াৰ ফলত মৃত্যুও হ’ব পাৰে। পানী নোহোৱাকৈয়ে অত্যধিক মদ খোৱাৰ ফলতে কাৰ্তিকে মৃত্যুবৰণ কৰে।

Recent News

সেনাক অপমান মধ্যপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী জগদীশ দেৱদাৰ

সেনাক অপমান মধ্যপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী জগদীশ দেৱদাৰ

ন্যায়াধীশ বেলা ত্ৰিবেদীৰ অৱসৰগ্ৰহণ, বিদায় অনুষ্ঠান আয়োজন কৰাৰ পৰা বিৰত থাকিল ছুপ্ৰীম কোৰ্ট বাৰ এছ’চিয়েশ্যন

ন্যায়াধীশ বেলা ত্ৰিবেদীৰ অৱসৰগ্ৰহণ, বিদায় অনুষ্ঠান আয়োজন কৰাৰ পৰা বিৰত থাকিল ছুপ্ৰীম কোৰ্ট বাৰ এছ’চিয়েশ্যন

মিত্ৰতা এতিয়া মৃত! বিৰোধীৰ ‘ইণ্ডিয়া’ ঐক্যৰ কোনো ভৱিষ্যত নাই : বিস্ফোৰক মন্তব্য পি চিদাম্বৰমৰ

মিত্ৰতা এতিয়া মৃত! বিৰোধীৰ ‘ইণ্ডিয়া’ ঐক্যৰ কোনো ভৱিষ্যত নাই : বিস্ফোৰক মন্তব্য পি চিদাম্বৰমৰ

কন্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই

কন্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd